Category: Assamese News

এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

🔵এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়🔵বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই

ছাত্ৰ সংগঠন আমছুৰ উদ্যোগত কুসংস্কাৰ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা

ছাত্ৰ সংগঠন আমছুৰ উদ্যোগত কুসংস্কাৰ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা

ড্ৰাগছ – মদ – ভাং বন্ধ কৰাৰ দাবীত আৰু ঘৰে ঘৰে শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য সজাগতা সমদল। গোসাঁইগাঁৱত আমছুৰ বিশাল মটৰ চাইকেল সমদল । সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে এই সজাগতা সমদল ছাত্ৰ সংগঠন আমছুৰ। সমাজৰ মাৰাত্মক ব্যাধি মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে এই সমদল

সোনকালে ভাগৰ লাগে ? জানি লওক দূৰ কৰাৰ উপায়

সোনকালে ভাগৰ লাগে ? জানি লওক দূৰ কৰাৰ উপায়

ব্যস্ততাপূৰ্ণ জীৱনত কামৰ ভাৰ বেছি হ’লে আৰু পৰ্যাপ্ত বিশ্রাম নোপোৱাৰ ফলত মানুহে বেছিকৈ ভাগৰ অনুভৱ কৰিবলৈ লয়। আপুনিও যদি সামান্য পৰিশ্ৰম কৰিলেই অতিশয় ভাগৰুৱা হৈ পৰে, তেন্তে নিম্নোক্ত যোগাসন নিয়মিতভাৱে কৰিলে উপযুক্ত ফল লাভ কৰিব পাৰিব। এই আসনৰ নাম হ’ল শৱাসন। এই আসনত আপুনি কৰিবলগীয়া বিশেষ নাথাকে। একেবাৰে স্বাভাৱিক আৰু

ফ্লেটত অকলে আছিল মহিলা, গেলামালৰ বস্তু দিবলৈ আহি মহিলাৰ সৈতে কৰিলে….

ফ্লেটত অকলে আছিল মহিলা, গেলামালৰ বস্তু দিবলৈ আহি মহিলাৰ সৈতে কৰিলে….

অনলাইন এপত চাউল, দাইল আদি গেলামালৰ কেইপদমান সামগ্ৰী অৰ্ডাৰ দি অকলশৰে ফ্লেটত অপেক্ষা কৰিছিল মহিলাই। চাহ একাপ খায় মানে সশব্দে বাজি উঠিল ফ্লেটৰ কলিং বেল। হাতত চাহৰ কাপটো লৈয়েই মহিলাই খুলি দিলে দুৱাৰ। হাতত চাউল, দাইলৰ টোপোলা লৈ ৰৈ আছে ডেলিভাৰী বয়। ল’ৰাটোৰ হাতত পৰা লোৱা সামগ্ৰীখিনি হাত পাতি ল’লে

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

আজি পুনৰ এক ভয়াৱহ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। আজি সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰ জিলাত দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হয়। দেওবাৰে সন্ধিয়া বিজয়নগৰ জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বিশাখাপট্টনমৰ পৰা ৰায়গড় অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ৰে’ল ৰেলপথৰ