অসমবাসীৰ বাবে পথ-সুৰক্ষা সজাগতাৰ বাবে ম’বাইল এপ মুকলি কৰা হৈছে। মহানগৰীৰ খানাপাৰাস্থিত পৰিবহণ ভৱনত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ‘পথ সুৰক্ষা সহযোগী’ নামৰ এপটো মুকলি কৰে। নাগৰিকসকলে এই এপত পঞ্জীয়ন কৰিব পাৰিব আৰু পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। এই অনুষ্ঠানতেই TATA POWERৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
Category: Assamese News
নৱৰাত্ৰি প্ৰথম দিনা কলহ স্থাপনৰ বিশেষ গুৰুত্ব আছে। কলহ স্থাপন নকৰাকৈ নৱৰাত্ৰিৰ পূজা সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। সেয়ে নৱৰাত্ৰি কলহ স্থাপনৰ সৈতে আৰম্ভ হয়। শাৰদীয় নৱৰাত্ৰি ১৫ অক্টোবৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে। এই বৰ্ষত অষ্টমী ২২ অক্টোবৰত আৰু নৱমী ২৩ অক্টোবৰত উদযাপন কৰা হ’ব। হিন্দু ধৰ্মত নৱৰাত্ৰিৰ এই
লখিমপুৰৰ ডানিয়াই লাভ কৰিছে ফ্লায়িং ফেমিনা খিতাপ । ফ্লায়িং ফেমিনা এজেন্সিয়ে ৰাষ্ট্ৰীয় ভিত্তিত অলপতে দিল্লীত আয়োজন কৰা এই সৌন্দর্য প্ৰতিযোগিতাত লখিমপুৰৰ ডানিয়াই দেশৰ ১৯ খন ৰাজ্যৰ প্ৰতিযোগীক চেৰ পেলাই মিচ ফ্লায়িং ফেমিনা খিতাপ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বেও ডানিয়াই বহু প্ৰতিযোগিতাত অংশ গ্রহণ কৰি মিচ নৰ্থ ইষ্ট ব্ৰেণ্ড
‘‘কেৱল বাগান অঞ্চলত চিচি ব্লক ৰাস্তা বনোৱাটোৱে জাতিৰ উন্নয়ন হোৱা নবুজায় ৷ পৰিৱৰ্তনৰ শ্ল’গান দি শাসনত অহা প্ৰমোদ বড়োৰ চৰকাৰখনে জাতি জনগোষ্ঠীৰ উন্নয়নত ব্যৰ্থ ৷’’ এক সংবাদমেলত এই কথা সদৰী কৰে জিলা আছাৰ ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইকে ৷ উল্লেখ্যযোগ্য যে, আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, বিটিআৰত অঞ্চলত আদিবাসী ৰাইজৰ ভূমিৰ
গ্ৰহবোৰৰ ৰজা সূৰ্যই প্ৰতি মাহে এটা ৰাশিচিহ্নৰ পৰা আন এটা ৰাশি চিহ্নলৈ প্ৰৱেশ কৰে। সূৰ্যই অহা ১৮ অক্টোবৰ, ২০২৩ তাৰিখে তুলা ৰাশিত প্ৰৱেশ কৰিব। তুলা ৰাশিত সূৰ্যই প্ৰৱেশ কৰাৰ লগে লগে, কিছুমান ৰাশিচিহ্নৰ বাবে সোণালী সময় আৰম্ভ হ’ব পাৰে। এই সময়ছোৱাত মিথুন, মীন আৰু কৰ্কট ৰাশিকে ধৰি ৬টা ৰাশিচিহ্নই কেৰিয়াৰৰ