মঙলবাৰে মহানগৰীৰ বিজুলী ভৱনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ দল ৷ আঞ্চলিক ৰাজনৈতিক দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ কে’বা শতাধিক কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ বিজুলী ভৱনৰ সন্মুখত অৱস্থান কৰি স্মাৰ্টমিটাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷ উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰৰ অধীনস্থ অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ঘৰে ঘৰে পূৰ্বৰ ডিজিটেল
Category: Assamese News
খ্যাতনামা সমাজ সংগঠক, লেখিকা, সংগীত শিল্পী শিখা শৰ্মাক বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উপ-সভাপতি হিচাপে মনোনীত কৰা হৈছে। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ মঠ-মন্দিৰ, অৰ্চক-পুৰোহিত প্ৰমুখ শুভাৰম বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পাঞ্জাবাৰী শাখাৰ কাৰ্যবাহ বুদ্ধি প্ৰসাদ খনাল প্ৰমুখ্যে সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিতিত অনুষ্ঠিত বৈঠকত সমাজ সংগঠকগৰাকীৰ ওপৰত এই দায়িত্ব অৰ্পণ
#উমা পাটৰক সভানেত্ৰী-আয়েফা বেগমক সম্পাদিকা হিচাপে নতুন সমিতি গঠন নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ দলংঘাট ব্লক সন্মিলনখনি আজি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত সন্থাৰ দলংঘাট ব্লক সমিতিৰ প্রতিষ্ঠাপক নেত্রী প্রভাৱতী বৰদলৈয়ে সন্থাৰ পতাকা উত্তোলনেৰে সন্মিলনৰ আৰম্ভণি কৰে। “কথা দি কথা ৰাখক- আমাৰ
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভাখন নগাঁও জিলাৰ যোগী সন্মিলনীৰ ৰহাত নিৰ্মাণ কৰি থকা কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। নগাঁও জিলা যোগী সন্মিলনী আৰু ৰহা নাথ সমাজৰ মহিলা গোটৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ ৰাজ্যিক সভানেত্ৰী জেউতি দেৱীয়ে । শংখ- ঘন্টা আয়তীৰ উৰুলিৰ মাজত
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ :–তেজপুৰ বিশ্ববিদ্যালয়ৰ DPIIT-IPRৰ অধ্যাপক প্ৰীতম দেৱৰ সহযোগত নগাঁৱৰ আগশাৰীৰ খাগৰিজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত “বৌদ্ধিক সম্পত্তিৰ অধিকাৰ,পেটেণ্ট আৰু গৱেষণা” বিষয়ক এসপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচী (FDP)ৰ মংগলবাৰে সামৰণি পৰে। যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে কাৰ্যসূচীৰ পৃষ্ঠপোষক হিচাপে আদৰণি ভাষণেৰে