গৰ্ভৱতী পত্নী লক্ষ্য কৰি এজন আৰক্ষী বিষয়াই চলালে নিৰ্বিচাৰ গুলী। স্বামীৰ ছাৰ্ভিচ পিষ্টলৰ গুলীত গুৰুতৰভাৱে আহত হ’ল পত্নী। স্বামীৰ পিষ্টলৰ দুটাকৈ গুলী মহিলাগৰাকীৰ হাতত লাগে, আন এটা পেটত স্পৰ্শ কৰি ওলাই যায়। স্বামীৰ এই ভয়ংকৰ কাণ্ডত জোতাৰ ষ্টেণ্ডেৰে নিজৰ প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে মহিলাগৰাকীয়ে। ঘটনাটো দেওবাৰৰ। স্বামী ঘৰলৈ পলমকৈ অহাৰ
Category: Assamese News
⭕ ৰাষ্ট্ৰীয় সৌন্দর্য প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউন্ডৰ বাবে নিৰ্বাচিত দুই অসম কন্যা। ⭕ Mrs. আৰু Miss দুটা শাখাৰ চূড়ান্ত ৰাউন্ডত অসমক প্ৰতিনিধিত্ব কৰিব বঙাইগাঁৱৰ সুস্মিতা পুৰকায়স্থ আৰু সুপৰ্না দে’ই। ⭕ গোৱাত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই আনন্দিত দুই অসম কন্যা।
নিজকে নগ্ন অৱস্থাত সপোনত দেখাৰ আঁৰত কোনো গোপন কথা ফাদিল হৈ যোৱাৰ আশংকাও কাম কৰিব পাৰে। এটা এটা স্থানত নিজকে বিবস্ত্ৰ দেখাৰ আঁৰত এটাকৈ কাৰণ থাকিব পাৰে। বিজ্ঞানী ফ্ৰয়েডে কৈছে, সপোন হ’ল আচলতে আপোনাৰ অবচেতন মনৰ এক খিৰিকী। আপুনি সপোনত যি দেখে, তাৰ অধিকাংশৰ পিছত কোনোবা নহয় কোনোবা কাৰণ,
সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ নিবেদিতা ডিম্পলে! সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ নিবেদিতা ডিম্পলে। পশ্চিম নলবাৰীৰ এক চিৰপৰিচিত নাম মঞ্চসূৰ্য ধৰণী বৰ্মন। সুৰদেৱী থিয়েটাৰ জন্ম দি সমগ্ৰ অসমতে চামতাক পৰিচয়
শনিবাৰে প্ৰবল ৰকেট আক্ৰমণৰ পাছত জল-স্থল আৰু পেৰাগ্লাইডিঙৰ জৰিয়তে আকাশমাৰ্গেৰে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰা পেলেষ্টাইনৰ হামাছ যোদ্ধাই অসংখ্য ইজৰাইলীক পণবন্দী কৰিছে৷ ইজৰাইলৰ দক্ষিণ অঞ্চলৰ কমেও ২২ টাকৈ অঞ্চলত হামাছৰ যোদ্ধাই ঘৰে ঘৰে প্ৰৱেশ কৰি ইজৰাইলী লোকক হত্যা কৰিছে আৰু ঘৰদুৱাৰ জ্বলাই দিছে৷ শনিবাৰৰ পৰা ইজৰাইলৰ খাফাৰ আজা, ছিডৰট, ছুফা, নাহাল