নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অভিনন্দন সভা কক্ষত অনুষ্ঠিত সন্থাৰ সভাপতি কমৰেড বিৰিঞ্চি কুমাৰ বুজৰবৰুৱাই সন্থাৰ পতাকা উত্তোলন আৰু পৰৱৰ্তী সময়ত এন ই এফ আৰ আৰ বি (অৱসৰী) সভাপতি কমৰেড বাবুল বৰাই বন্তি প্রজ্বলন-শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। অভ্যৰ্থনা
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–নগাঁৱৰ সুযোগ্য সন্তান, সমাজ সচেতন ব্যক্তি,শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা,উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা,পঞ্জীয়ক ড° শৰৎ হাজৰিকা, মুখ্য বক্তা ড°
Sonowal highlights Assam’s progress under PM Modi’s leadership to visiting Gujarat journalists The Union Minister for Ports, Shipping, and Waterways, Shri Sarbananda Sonowal, today felicitated journalists from Gujarat at a special event in Dibrugarh, marking the conclusion of a six-day media tour from Gujarat to Assam. The tour, organized by
প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী, ছেপ্টেম্বৰ ২৮ : আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন
চহৰখনৰ নলা-নৰ্দমা চাফা কৰি ৰখাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ ছাকাৰ আজি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন ছুপাৰ ছাকাৰৰ সৈতে থাকিব তিনিটাকৈ ডাম্প টেংক। ইয়াৰ যোগেদি সৰু সৰু পথৰো নলা-নৰ্দমা চাফা কৰাটো সহজসাধ্য হ’ব আৰু ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধ কৰাত যথেষ্ট সহায়ক হ’ব। এই সময়ছোৱাত লগতে