নিউজ ব্যুৰ’,নগাঁও,৩অক্টোবৰ:– পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস আৰু “আন্তজাতিক অহিংসা দিৱস”ৰ লগত সংগতি ৰাখি সোমবাৰে নগাঁও জিলাৰ শালমৰা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত বিশেষ গাঁও সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে ডিমৌ মজলীয়া বিদ্যালয়ত গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা শৰ্মা মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত জাগীয়াল জিলা পৰিষদৰ সদস্যা
Category: Assamese News
জঘন্য :এগৰাকী কলেজীয়া ছাত্রীক ধৰ্ষণ কৰাৰ অপচেষ্টা লম্পট বিনোদ গগৈৰ !
ছাত্ৰী সন্ধানহীন, মথুৰাপুৰ মাজগাওঁৰ নিবাসী শিক্ষক আটিকুৰ ৰহমানৰ জী আয়েছা ছিদ্দিকা, যোৰহাট চাহাবিয়ত নামৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। আজি পুৱা যোৰহাট কেন্দুগুৰি নানায়েকৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে বাটৰ পৰাই সন্ধানহীন হৈ আছে। ইতিমধ্যে যোৰহাট সদৰ থানাত জনোৱা হৈছে। কোনোবা সদাশয় লোকে সম্ভেদ পালে 86388 61944 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা
গুৱাহাটী ৩অক্টোবৰ ২০২৩-: অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সমিতিয়ে আজি মহানগৰীৰ ৰয়েল ডি কাছা হোটেলত নতুন কমিটিৰ সকলোৰে উপস্থিতিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰে। ৰাজ্যৰ কেবিনট মন্ত্ৰী তথা অসম এথলেটিক সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসমৰ এথলেটিক জগতখনৰ উত্তৰণ তথা এথলীট সকলৰ উন্নতমানৰ প্ৰশিক্ষনৰ বিষয়
কেইবাগৰাকীও ৰাজনৈতিক নেতা-নেত্রীসহ এজেপিত যোগদান কৰিব দত্তই। সোমবাৰৰ সন্ধিয়াৰ পৰা এই চৰ্চা চলিছে ৰাজনৈতিক মহলত। উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্রা’ কাৰ্যসূচীৰ বাবে শিৱসাগৰত সোমবাৰৰ দিনটোত উপস্থিত হয় দলটোৰ নেতৃত্ব। সন্ধিয়াৰ ভাগত দলটোৰ নেতৃত্বৰ সৈতে অংকিতা দত্তৰে গোপন বৈঠকত বহাৰ পিছতে দত্তই অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি