দাঁত উজ্জ্বল আৰু সুস্থ কৰিব ৰাখিবলৈ টুথপেষ্ট লগাই ব্ৰাছ কৰা হয়৷ মুখৰ গোন্ধ দূৰ কৰিবলৈও প্ৰতিদিনে পুৱা টুথপেষ্ট ব্যৱহাৰ কৰা হয়৷ কিয়নো দাঁত আৰু মুখ পৰিষ্কাৰ কৰি ৰখাত অন্যতম স্বাস্থ্যকৰ উপায় হৈছে টুথপেষ্টৰে ব্ৰাছ কৰা৷ কিন্তু এই টুথপেষ্ট টিউবৰ তলৰ অংশত কিউব আকৃতিৰ ৰঙীন চিহ্নৰ উপস্থিতি কেতিয়াবা দেখিছেনে? হয়তো দেখিছে৷
Category: Assamese News
পৃথিৱীত এনে এগৰাকী মহিলা হয়তো পোৱা নাযায় যে পইতাচোৰাক ভয় নকৰে বা পইতাচোৰা দেখিলেই অস্বস্তিত নপৰে৷ বহু মহিলাই পইতাচোৰাক যিমান ভয় কৰে সাপকো হয়তো সিমান ভয় নকৰে৷ আপাতঃদৃষ্টিত এইবিধ প্ৰাণী নিৰীহ যেন লাগে যদিও মানুহৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ জাৱৰ-জোথৰৰ মাজত থকা পইতাচোৰাই বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু কঢ়িয়াই ফুৰে৷ বিভিন্ন ৰোগৰ
আজি কালি প্ৰায়ভাগ লোক নিজৰ স্বাস্থ্যক লৈ অতি সচেতন৷ স্বাস্থ্য ঠিকে ৰখাৰ বাবে বা ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ অনেকে নিয়মত নানা ধৰণৰ ব্যায়াম আৰু যোগাসন কৰে৷ নিয়মিত সাধাৰণ ব্যায়ামে শৰীৰ ঠিকে ৰাখে কিন্তু সাধাৰণ ব্যায়ামে মুখৰ মেদ হ্ৰাস কৰিব নোৱাৰে৷ সেইবাবে অনেক লোকে মুখৰ মেদ বৃদ্ধিক লৈ চিন্তিত হয়৷ বহুতে বিশেষজ্ঞৰ
বাওঁ চকুৰ পতা কঁপা মানেই হয়তো কোনো ভয়ংকৰ বিপদৰ আগজাননী– এই চিন্তাতে আৰম্ভ হয় বহুতোৰে অস্থিৰতা৷ একেদৰে সোঁ-চকুৰ অংশ কঁপিলে বহুতেই স্বস্তিৰ নিশ্বাস এৰে৷ হয়তো কোনো সু-সংবাদৰ আগজাননী৷ আচলতে ইয়াৰ সত্যতা কিমান? চকুৰ পতা যেতিয়া কঁপি থাকে সি সোঁ বা বাওৱেই হওক ইয়ে কি ইংগিত বহন কৰে? চিকিৎসা বিজ্ঞানে কিন্তু
নিশাৰ আহাৰত পলম হ’লে স্বাস্থ্যৰ বিভিন্ন ক্ষতিসাধন হ’ব পাৰে৷ যেনে– ১] ওজন বৃদ্ধিঃ নিশাৰ ভাগত হজম শক্তিত মন্থৰতা আহি পৰে৷ সেয়েহে খাদ্যৰ হজমত পলম হ’লে অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ আশংকা থাকে৷ ২] নিদ্ৰাত সমস্যাঃ নিশা বহু দেৰিলৈকে উজাগৰে থাকিলে ভোক বৃদ্ধি পায়৷ এনে অৱস্থাত কাষতে যি খাদ্য পোৱা যায় তাকে