Category: Assamese News

সোণাপুৰৰ কচুতলীত শীঘ্ৰে চলিব ২য় পৰ্যায়ৰ উচ্ছেদ অভিযান; ১ম পৰ্যায়ত চৰকাৰী ভূমিৰ বেদখলকাৰীক উচ্ছেদ

সোণাপুৰৰ কচুতলীত শীঘ্ৰে চলিব ২য় পৰ্যায়ৰ উচ্ছেদ অভিযান; ১ম পৰ্যায়ত চৰকাৰী ভূমিৰ বেদখলকাৰীক উচ্ছেদ

🔷 ২য় পৰ্যায়ত ম্যাদী পট্টা ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান 🔷 সোমবাৰে উকলি গৈছে বেদখলকাৰীক প্ৰশাসনে দিয়া ৩ দিনৰ সময়সীমা

‘চন্দ্ৰযান-৩’ৰ সফলতাৰ পাছত এইবাৰ ‘চন্দ্ৰযান-৪’ মিছনৰ বাবে সাজু ISRO

‘চন্দ্ৰযান-৩’ৰ সফলতাৰ পাছত এইবাৰ ‘চন্দ্ৰযান-৪’ মিছনৰ বাবে সাজু ISRO

🔷 চন্দ্ৰযান-৪ৰ বাবে অনুমোদন নৰেন্দ্ৰ মোদী চৰকাৰৰ 🔷 চন্দ্ৰপৃষ্ঠত নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰিকল্পনা চন্দ্ৰযান-৪ৰ

বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন মৰিয়নিৰ যুৱক

বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন মৰিয়নিৰ যুৱক

সন্ধানহীন যুৱকজন মৰিয়নিৰ চেলেং ৰণখামৰ বিষ্ণু মুড়া। ছমাহ পূৰ্বে কৰ্মৰ সন্ধানত চেন্নাইলৈ গৈছিল যুৱকজন। কোম্পানীটোৰ কাম এৰি ৫ দিন পূৰ্বে ঘৰলৈ ৰাওনা হৈছিল বিষ্ণু মুড়া। সতীৰ্থ ৪জন যুৱকৰ সৈতে ঘৰ অভিমুখে আহি আছিল বিষ্ণু মুড়া। কিন্তু পশ্চিমবংগৰ শামুকতোলা ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন। সন্ধানহীন পাছৰে পৰা অফ হৈ আছে যুৱকজনৰ

কাজিৰঙাৰ পৰ্যটনত নৱতম সংযোজন; ২ অক্টোবৰৰ পৰা মুকলি হ’ব আকৰ্ষণীয় ‘ভিনটেজ কাৰ ছাফাৰী’

কাজিৰঙাৰ পৰ্যটনত নৱতম সংযোজন; ২ অক্টোবৰৰ পৰা মুকলি হ’ব আকৰ্ষণীয় ‘ভিনটেজ কাৰ ছাফাৰী’

পৰ্যটকে লাভ কৰিব ভিনটেজ কাৰত ভ্ৰমণৰ মাদকতা। অভিযন্তা পিকলু ডেকাৰ প্ৰচেষ্টাত কাজিৰঙাত এই ব্যৱস্থা। গেলেকীত যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ হৈছে ভিনটেজ কাৰৰ শ্ব’ৰুম।

তাৰ্কিক বৰাৰ দুই সহযোগীক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ; বোকাখাতৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে

তাৰ্কিক বৰাৰ দুই সহযোগীক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ; বোকাখাতৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে

গ্ৰেপ্তাৰ শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথ। তাৰ্কিক আৰু চুমিৰ বহু সামগ্ৰী লুকুৱাই ৰাখিছিল দুয়ো। অম্লান বৰাক চলোৱা জেৰাত পোহৰলৈ বহু তথ্য।