ডিব্ৰুগড়ৰ AMCHত চিকিত্সাধীন অৱস্থাত মৃত্যু ফুটবলাৰগৰাকীৰ। ১৯৭১ চনত ৰেংগুন প্ৰি অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল বৰাই।‘অসমৰ মাৰাডোনা’ বুলি অভিহিত কৰা হৈছিল টচেন বৰাক। টচেন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ।
Category: Assamese News
কাইলৈ ৭,৫০০টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব;১১ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব 🔷 অসমৰ ২,৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা 🔷 ADREত অৱতীৰ্ণ পৰীক্ষাৰ্থীলৈ শুভকামনা মুখ্যমন্ত্ৰীৰ
উচ্ছেদক লৈ সোণাপুৰৰ কচুতলীত অব্যাহত চেপা উত্তেজনা। সংখ্যালঘু অধ্যুষিত অঞ্চলত যুদ্ধ সদৃশ পৰিৱেশ।কচুতলীৰ প্ৰৱেশ পথত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়। বিশাল ফুকনৰ ইনভেষ্টৰ কোন হয় মই কাকো চিনি নাপাওঁ, নাজানোঁ…’- চুমি বৰা ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো মোৰ ভাল নহয়, ভাল হোৱা হ’লে আজি মোৰ এই অৱস্থা নহয়। সবেই মোক চিনি নাপাওঁ বুলি কৈছে দেখোন। তেনে মানুহে মই ক’লো বুলিয়ে পইচা ইনভেষ্ট কৰিব নেকি? মোৰ
ফেচবুকযোগে এই ঘোষণা শংকৰজ্যোতি বৰুৱাৰ।সামাজিক মাধ্যমত তেওঁ লিখিছে, – ‘নমস্কাৰ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্যসত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে