গুৱাহাটী, ১৯ অক্টোবৰ: আজি অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ এমহীয়া পূণ্য তিথি উপলক্ষে দক্ষিণ কুমাৰীকাটা আঞ্চলিক মহিলা মঞ্চৰ উদ্যোগত এক অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। মহিলা মঞ্চৰ সদস্যসকলে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবী জনাই তামুলপুৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সন্ধিয়াৰ সময়ত সমূহীয়াভাৱে
Category: Assamese News
এই বছৰ দীপাৱলি উদযাপিত হ’ব ২০ অক্টোবৰ সোমবাৰে৷ হিন্দু কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ অমাবস্যা তিথিত দীপাৱলি উদযাপিত হয়৷ দীপাৱলি পোহৰৰ উৎসৱ নামেৰেও পৰিচিত৷ জ্যোতিষীৰ মতে এই দীপাৱলি খুবেই বিশেষ হ’ব কেইটামান ৰাশিৰ বাবে৷ দীপাৱলিত শুক্ৰ আৰু চন্দ্ৰৰ সংযোগত বৈভৱ লক্ষ্মী ৰাজযোগ তৈয়াৰ হ’ব৷ জ্যোতিষীৰ মতে ৯ অক্টোবৰত
জুবিন গাৰ্গে মৃত্যুৰ ইংগিত যেন জীয়াই থাকোতেই পাইছিল নেকি?(এক)চিৰদিনৰ বাবে আঁতৰি যোৱাৰ মাত্ৰ দুদিন পুৰ্বে ড° ৰীতা চৌধুৰীক দিয়া দীঘলীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল, সাগৰ এটা dead end. মই সাগৰ দেখিলেই জপিয়াই দিও৷ সাগৰ কিমান গভীৰ তালৈ ভ্ৰুক্ষেপ নকৰো৷ তাৰ পুৰ্বেও তেওঁ ‘সাগৰ তলীত শুবৰে মন’ বুলি গান গাই থৈছিল৷(দুই)নিজৰ
🔹সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই দিলে মুখ্যমন্ত্ৰীক🔹অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অসমবাসীয়ে আজি বিনা দ্বিধাই স্বীকাৰ কৰিছে এই কথা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃত্বসুলভ দায়িত্ববোধে সকলোৰে হৃদয় স্পৰ্শ কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ
এজিভিবি আৰ এছ ই টি কামৰূপ মেট্ৰ’ৰ এখন প্ৰশংসনীয় পদক্ষেপ হিচাপে, ০৮.০৮.২০২৫ তাৰিখে জুনিয়ৰ বিউটি প্ৰেক্টিছনাৰৰ ওপৰত ৩৫ দিনীয়া এটি বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে, যাৰ পৰা কামৰূপ মেট্ৰ’ জিলাৰ ৩৫ গৰাকী মহিলাই লাভান্বিত হ’ব। এই প্ৰশিক্ষণ ০৮.০৮.২০২৫ ৰ পৰা ১১.০৯.২০২৫ পৰ্যন্ত চলি থাকিব, যাৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলৰ জীৱিকাৰ উন্নয়ন