Category: Assamese News

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ

পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা ডীন কে ভি কৃষ্ণৰ। শেহতীয়াকৈ ধাৰাবাহিকভাৱে IIT গুৱাহাটীত শিক্ষাৰ্থীয়ে আত্মহনন কৰিছে। আত্মহননৰ বাবে পঢ়াৰ অত্যধিক বোজাকেই দায়ী কৰিছে শিক্ষাৰ্থীয়ে। ক্ষুব্ধ শিক্ষাৰ্থীসকলে ধাৰাবাহিকভাৱে আৰম্ভ কৰিছে প্ৰতিবাদ। সেই প্ৰতিবাদৰ পাছতেই IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ।

ক’ভিডৰ পূৰ্বে চুমি বৰা আছিল তেনেই সাধাৰণ ছোৱালী

ক’ভিডৰ পূৰ্বে চুমি বৰা আছিল তেনেই সাধাৰণ ছোৱালী

উদয়পুৰৰ ৰাজকীয় বিয়ালৈ গৈ হতবাক হৈ পৰিছিল অধ্যাপিকাগৰাকী। বিশ্ববিদ্যালয়ত থকা সময়ত চুমিক সহায় কৰিছিল অধ্যাপিকাগৰাকীয়ে। নিজৰ স্ক’লাৰশ্বিপৰ ধনো চুমিক দি দিছিল ড০ ৰূপলেখা বৰবৰাই। পলাতক অভিনেত্ৰী চুমি বৰা সন্দৰ্ভত মন্তব্য শিক্ষাগুৰুৰ।

ডিগবৈ থানাৰ SI বিতু শইকীয়াক ৰিজাৰ্ভ ক্ল’জড; অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড

ডিগবৈ থানাৰ SI বিতু শইকীয়াক ৰিজাৰ্ভ ক্ল’জড; অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড

প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা প্ৰেমিকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। ২৭ জুনত ভুক্তভোগীৰ পৰিয়ালে ডিগবৈ থানাত দাখিল কৰিছিল এজাহাৰ। গোচৰ ৰুজুৰ পৰিৱৰ্তে দুয়োপক্ষৰ মাজত বুজাবুজিৰ বাবেহে উঠি-পৰি লাগিছিল আৰক্ষী। এই সমগ্ৰ প্ৰক্ৰিয়াৰ দায়িত্বত আছিল ডিগবৈ থানাৰ SI বিতু শইকীয়া। দুয়োপক্ষৰ মাজত বুজাবুজি হোৱা দেখুৱাই অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে।

পহিলা অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পহিলা অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে অপেক্ষা কৰি থকা সকলো পৰ্যটকৰ বাবে এটা সুখবৰ। অহা ১অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লগে লগে নতুন পৰ্যটন বৰ্ষ ২০২৪-২০২৫ আৰম্ভ হ’ব। ১অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন

ভাৰোত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীক সম্বৰ্দ্ধনা

ভাৰোত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীক সম্বৰ্দ্ধনা

নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ স্প’ৰ্টছ ক্লাৱ পেভিলিয়নৰ প্ৰেক্ষাগৃহত ৰবিবাৰে সন্ধিয়া ডিব্ৰুগড়ত সদ্য সমাপ্ত ৫২সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। নগাঁও জিলা ভাৰোত্তোলন সংস্থাই আয়োজন কৰা এই অনুষ্ঠানটোতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলকো লগতে সম্বৰ্দ্ধনা জনোৱা হয়। সংস্থাৰ উপদেষ্টা অসীম ভাৱালে আঁত ধৰা অনুষ্ঠানত