জাগীৰোডৰ শিলভঙাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ। নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা। নিহত লোকজন আচাদুৰ ৰহমান। ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ। ঘাইপথৰ কাষত
Category: Assamese News
অসমসহ ৫ ৰাজ্যৰ যুৱকৰ অলকায়দাত যোগদান। NIA ফাদিল কৰিছে এই বিস্ফোৰক তথ্য। তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক লক্ষ্য। অনলাইনত। গোপন এপৰ জৰিয়তে যুৱকক আকৰ্ষণৰ চেষ্টা। তেহৰিক-ই-তালিবান, অলকায়দাৰ যুৱ
কুহিঁ,বৰালী,পুঠি,খলিহনা গৰৈ,না’ৰ,কাৱৈ,আদি মাছ মৰি এফালৰ পৰা উপঙি গৈছে। একাংশৰ মতে বন্ধন পানীত বিলখনৰ পানী দুষিত হৈ মৃত্যু হৈছে মাছৰ। থলুৱা মাছৰ অস্বাভাৱিক মৃত্যুত চিন্তিত স্থানীয় গঞাঁ। বাতৰিৰ পাছতেই কাকৰিকতা বিলত
এই সংঘৰ্ষত ছহিদ হৈছে সেনাৰ এগৰাকী কৰ্নেল, মেজৰ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডি এছ পি। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে দুজনকৈ জোৱান। এই সংঘৰ্ষত শ্বহীদ হৈছে ১৯ ৰাষ্ট্ৰীয় ৰাইফলৰ কামাণ্ডিং
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ