দৰমহাৰ টকাৰে নভৰে পেট, পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ কাৰ্যালয়টোৰ কনিষ্ঠ সহায়ক চৌকত আলীক ৪০০০ টকা উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ৷ Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-09-15