ABHIJIT KALITAGUWAHATI,Sep 7: The World Physiotherapy Day 2024 was observed at PEWS group of institutions by College of Physiotherapy and Medical Sciences (CPMS) in Amgaon near Narengi on Saturday.The programme began with the lighting of the ceremonial lamp and a welcome speech.Dr. Abhay Agarwal,Consultant orthopaedicianApollo Excelcare Hospital and Dr. Biju
Category: Assamese News
তিতাবৰৰ APDCL কাৰ্যালয় ঘেৰাও কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ লোকক ।তিতাবৰত স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কৰাৰ পাছত গ্ৰাহক সকলে বিদ্যুৎ বিল ৰিচার্জ কৰি জ্বলা কলা খাইছে ।স্মাৰ্ট মিটাৰ লগোৱা পূৰ্বে মাহেকত যদি বিদ্যুৎ বিল আহিছিল যদি 200 পৰা 300
গণেশ চতুৰ্থী হৈছে হিন্দু দেৱতা গণেশৰ বাৰ্ষিক উপাসনা উৎসৱ।হিন্দু ধৰ্মত শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশক বুদ্ধিমত্তা, সমৃদ্ধি আৰু সৌভাগ্যৰ সৰ্বোচ্চ দেৱতা হিচাপে গণ্য কৰা হয়।বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত ভগৱান গণেশ তেওঁৰ ভক্তসকলৰ আকাংক্ষা পূৰণ কৰিবলৈ পৃথিৱীলৈ নামি আহে। বিশ্বব্যাপী হিন্দু সম্প্ৰদায়ৰ মাজত উদযাপিত গণেশ চতুৰ্থী ভাৰতত প্ৰাথমিকভাৱে মধ্য আৰু
ভগৱান শ্ৰী গণেশ প্ৰথম পূজনীয় দেৱতা হয়।কোনো শুভ কাৰ্য্য কৰাৰ আগে-ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।এইদিনা বিধি-বিধানেৰে ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-ভগৱান শ্ৰী গণেশৰ কৃপাত-সকলো মনৰকামনা পূৰ্ণ হয়। ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়- ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে-
নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–নগাঁও জিলাৰ এক এতিহ্যমণ্ডিত শিক্ষানুষ্ঠান দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ বাহক (বিয়েৰাৰ) প্ৰদীপ শইকীয়াই যোৱা ৩১ আগষ্টত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। শুক্ৰবাৰে বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক অনিতা লস্কৰৰ সভাপতিত্বত প্ৰদীপ শইকীয়াৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা সভাখনি অনুষ্ঠিত হয়। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মণিষা বৰাই আঁত ধৰা আৰু শিক্ষয়িত্ৰী মমী বৰাই উদ্দেশ্য ব্যাখ্যা