Category: Assamese News

তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা; শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষীয়ে

তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা; শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষীয়ে

তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয়ৰ তথ্য । উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং ছিণ্ডিকেটতো ধন বিনিয়োগৰ তথ্য লাভ। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী। সম্প্ৰতি চুমি বৰাৰ কল হিষ্ট্ৰী নিৰীক্ষণ কৰিছে আৰক্ষীয়ে। চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ।

স্বপ্ননীলৰ কোটিটকীয়া অফিচ ছীল কৰিলে আৰক্ষীয়ে

স্বপ্ননীলৰ কোটিটকীয়া অফিচ ছীল কৰিলে আৰক্ষীয়ে

শ্বেয়াৰ বজাৰত ধন বিনিয়োগৰ নামত ৰাজ্যত প্ৰৱঞ্চনাৰ জাল পেলোৱা বহু প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ মঙলবাৰে ৰাতিটোৰ ভিতৰতে ১০ৰো অধিক এনে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গ্ৰাহকৰ পৰা কোটি কোটি টকা আত্মসাত কৰা উজনি অসমৰ আন এগৰাকী অন্যতম প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ট্ৰেডিং FX নামেৰে এটা প্ৰতিষ্ঠান খুলি

নগাঁৱৰ “বটদ্ৰৱা সাংবাদিক সন্থা”ৰ কাৰ্যালয় গৃহৰ মুকলি অনুষ্ঠান

নগাঁৱৰ “বটদ্ৰৱা সাংবাদিক সন্থা”ৰ কাৰ্যালয় গৃহৰ মুকলি অনুষ্ঠান

নিউজ ব্যুৰ’,নগাঁও,৩ছেপ্টেম্বৰ:–নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ “বটদ্ৰৱা সাংবাদিক সন্থা”। এই সাংবাদিক সন্থাৰ কাৰ্যালয় গৃহটি মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বটদ্ৰৱাৰ পুৰণি বাছ আস্থানত মাংগলিক অনুষ্ঠানৰ দ্বাৰা কাৰ্যালয়টি শুভাৰম্ভ কৰা হয়। সন্থাৰ কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথমে বন্তি প্ৰজ্বলন

নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন

নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩ছেপ্টেম্বৰ:–নগাঁৱৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠানটি মঙলবাৰৰ পৰা আৰম্ভ হৈছে । ৩ ছেপ্তেম্বৰত কাৰ্যসূচীৰ প্ৰথম দিনা দিনৰ ১০ বজাৰ পৰা নৱাগত আদৰণি আৰু ফুলাই বৰা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে নগাঁও জিলা পুথিভঁড়ালত আয়োজিত অনুষ্ঠানটি পৰিচালনা কৰে অধ্যক্ষ দিলীপ বৰা আৰু

বিশালৰ ‘বিশাল’ সম্পত্তিৰ উৎস কি? ক’ত বিশাল ফুকনে বিচাৰি পাইছিল আলাদিনৰ আচৰিত চাকি?

বিশালৰ ‘বিশাল’ সম্পত্তিৰ উৎস কি? ক’ত বিশাল ফুকনে বিচাৰি পাইছিল আলাদিনৰ আচৰিত চাকি?

ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠনৰ অভিযোগত আটক হ’ল বিশাল ফুকন। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে। বিশালৰ এপাৰ্টমেণ্টত ৪ ঘণ্টাজোৰা তালাচীৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বিশালক। বিশাল ফুকন থকা প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত এতিয়াও আৰক্ষীয়ে চলাই আছে অভিযান। মাত্ৰ