৯০ বছৰীয়া ককাৰ অভিযোগৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তক নিৰ্দেশ মন্ত্ৰী হাজৰীকাৰ… তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মুডত মন্ত্ৰী পীযুষ হাজৰীকা। ‘কোন ৰাজা বাবু? আজিয়েই উঠাই লৈ আহক’ বুলি জিলা আয়ুক্তক আজি কঠোৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯০ বছৰীয়া এগৰাকী অসহায় ককাৰ অভিযোগৰ পিছতেই আজি তেজপুৰত
Category: Assamese News
মাত্ৰ ২৯ ছেকেণ্ড। টেকঅফৰ পিছত ঠিক এইখিনি সময়তে ধ্বংস হৈ গ’ল বহুতৰে সপোন, বহুতৰ আশা, বহুতৰ আনন্দ। চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প। পায়েল খটিক – এগৰাকী ৰিক্সাচালকৰ কন্যা, ৰাজস্থানৰ কন্যা হ’লেও গুজৰাটৰ হিম্মতনগৰতে ডাঙৰ হোৱা। পিতৃৰ নাম সুৰেশভাই
বৰপেটা জিলাৰ চেঙাত আজি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুটা বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষত ৪ গৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকসকল হৈছে –১. চাজাহান আলি (১৬), পিতৃঃ আলম আলি – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত২. ৰঞ্জিত আলি (১৯), পিতৃঃ আব্দুল লতিফ – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত৩. আমিৰ হামজা
আজি দৰং জিলাৰ মাজ মজিয়াৰ মঙলদৈ ভেবাৰঘাটত এখন উন্নত মানদণ্ড বিশিষ্ট মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন হয় । মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ যুৱ নেতা গুৰুজ্যোতি দাসে শুভ উদ্বোধন কৰে অনুষ্ঠানটো । দৰং জিলাত প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা TECHNOFIX মোৱাইল ৰিপীয়েৰিং ট্ৰেইনিং চেণ্টাৰ
বাৰে বাৰে সলনি হৈছে দৃশ্যপট। সম্ভাৱনাময়ী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্য আৰু ৰহস্য। দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে লাভ কৰিছে এটাৰ পিছত আনটো ৰহস্য। সময় বাগৰাৰ লগে লগে অধিক ঘনখোৰ ৰহস্যৰ মাজত সোমাই পৰিছে অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুকাণ্ড। ফাদিল হৈছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য। অসমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত