Category: Assamese News

দীৰ্ঘেশ্বৰী দেৱালয়ৰ নাতি-দূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডক লৈ প্ৰতিবাদ…

দীৰ্ঘেশ্বৰী দেৱালয়ৰ নাতি-দূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডক লৈ প্ৰতিবাদ…

উত্তৰ গুৱাহাটী পৌৰসভাৰ কাণ্ড-জ্ঞানহীন কৰ্মই হতবাক কৰিছে সচেতন মহলক ঐতিহাসিক দীৰ্ঘেশ্বৰী দেৱালয়ৰ নাতি-দূৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডএ বিপদ মাতিছে অঞ্চলটোৰ আৱাসিক সকলৰ লগতে বিপদাপন্ন হৈছে পক্ষীকুল । বিনষ্ট হৈছে অঞ্চলটোৰ পৰিৱেশ পাৰ্শ্বিকতা ।এসময়ৰ চৰণীয়া পথাৰ আৰু বনভোজ স্থলীৰ বৰ্তমান কদৰ্যময় ৰূপ । মৃত্যুমুখত পৰিছে বহুতো পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ

অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ,শিৱসাগৰৰ ৰাজপথত ৩০ টাকৈ জাতীয় দল-সংগঠনৰ একত্ৰ প্ৰতিবাদ

অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ,শিৱসাগৰৰ ৰাজপথত ৩০ টাকৈ জাতীয় দল-সংগঠনৰ একত্ৰ প্ৰতিবাদ

শিৱসাগৰৰ মাজমজিয়াত ১৩ আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমনৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। শ্নীলতা হানিৰ আৰু শাৰিৰীক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। অভিযুক্ত অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ।- বহিৰাগতৰ এই দপদনিৰ বিৰুদ্ধে ক্ষোভিত খিলঞ্জীয়া। ১৩ আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে৷ এজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰকাৰ্ড৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছিল ভাৰতত৷

গঠন হ’ল মহিলা সাংবাদিকৰ মঞ্চ ‘অসম মহিলা সাংবাদিক ফৰাম’

গঠন হ’ল মহিলা সাংবাদিকৰ মঞ্চ ‘অসম মহিলা সাংবাদিক ফৰাম’

গুৱাহাটী, ১৭ আগষ্ট: অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা সাংবাদিকসকল একত্ৰিত হৈ নিজৰ মতামত ব্যক্ত কৰে। বৈঠকৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত বলাৎকাৰ আৰু হত্যাৰ