Category: Assamese News

স্বাধীনতাৰ দিৱসৰ দিনা বটদ্ৰৱাত ভয়ংকৰ পথ দু*ৰ্ঘটনা; গুৰুত্বৰ বাবে আহত তিনিজন

স্বাধীনতাৰ দিৱসৰ দিনা বটদ্ৰৱাত ভয়ংকৰ পথ দু*ৰ্ঘটনা; গুৰুত্বৰ বাবে আহত তিনিজন

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও ধিং সংযোগী গড়কাপ্তানী পথত আজি ৰাতিপুৱা আনুমানিক ৯.৩০ বজাত বটদ্ৰৱা বাছ ষ্টেনৰ ওচৰত AS02H-2571 হেৰো হোণ্ডা আৰু পালছাৰ AS-02 AF-8832 নম্বৰৰ মটৰ চাইকেল দুখনৰ মূখা মুখী সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাৰ ফলত তিনিজন লোক আহত হয়। লগে লগে বটদ্ৰৱা আৰক্ষীয়ে

অতি সোনকালেই সলনি হ’ব অসম আৰক্ষী সঞ্চালক প্ৰধান

অতি সোনকালেই সলনি হ’ব অসম আৰক্ষী সঞ্চালক প্ৰধান

বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে এই পদবীৰ পৰা বিদায় লৈ যোগ দিব গৈ এক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাত। চলিত বছৰৰ আগষ্টৰ ভিতৰতে জিপি সিঙে এই পদবী এৰিব।

আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত জলপানীসহ গৱেষণাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতি

আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত জলপানীসহ গৱেষণাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতি

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট :– মৰিগাঁও জিলাৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতিয়ে আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত গৱেষণাৰ বাবে জলপানিসহ নিৰ্বাচিত হৈছে ৷ সৰুৰে পৰাই মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতিয়ে ২০১৫চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পিছত নগাঁও ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত মিৰাণ্ডা

চৰাইবাহীত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ শিবিৰ

চৰাইবাহীত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ শিবিৰ

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট:– শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ মাজত প্ৰাকৃতিক কৃষি পদ্ধতিৰ জৰিয়তে কৃষিকৰ্মৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ কৃষি পথাৰসমূহত কৃষকসকলে অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা ফলত কৃষিভূমিসমূহ নষ্ট হৈ পৰিছে ৷ সেয়ে কৃষি পথাৰসমূহ পুনজীৱিত কৰিবলৈ হ’লে প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিকল্প

বঢ়মপুৰত জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত ননৈত সজাগতা সভা

বঢ়মপুৰত জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত ননৈত সজাগতা সভা

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট:–বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় বঢ়মপুৰ সমষ্টিৰ কেন্দ্ৰস্থলত স্থাপন কৰাৰ দাবীত কালি ননৈ নাগৰিক সভাই নগাঁও জিলাৰ ননৈস্থিত শ’লমাৰিৰ সাপ্তাহিক বজাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰে । উল্লেখযোগ্য যে যোৱা বছৰ ১২ ছেপ্টেম্বৰত অসমৰ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাত উপ জিলা সমূহৰ সদৰ কাৰ্যালয় সমষ্টিৰ কেন্দ্ৰস্থলত