নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট:–বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় বঢ়মপুৰ সমষ্টিৰ কেন্দ্ৰস্থলত স্থাপন কৰাৰ দাবীত কালি ননৈ নাগৰিক সভাই নগাঁও জিলাৰ ননৈস্থিত শ’লমাৰিৰ সাপ্তাহিক বজাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰে । উল্লেখযোগ্য যে যোৱা বছৰ ১২ ছেপ্টেম্বৰত অসমৰ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাত উপ জিলা সমূহৰ সদৰ কাৰ্যালয় সমষ্টিৰ কেন্দ্ৰস্থলত
Category: Assamese News
আজি বিশ্ব হস্তী দিৱস। হস্তী দিৱসৰ লগত সংগতি ৰাখি গোসাইগাঁও মহকুমাৰ কচুগাঁওস্থিত ফৰেষ্ট আইবিত বিটিচিৰ বন বিভাগ আৰু বিশ্ব প্ৰকৃতি নিধি (WWF) আৰু ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া (WTI) নামৰ বেচৰকাৰী সংস্থা দ্বয়ৰ যৌথ উদ্যোগত বিশ্ব হস্তী দিৱস আয়োজন কৰে। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত বিশ্ব হস্তী দিৱস উদযাপন কাৰ্যসূচীত বিশ্ব
‘সুনীল গগৈ জীয়াই আছে, ৰাজ্যৰ বাহিৰত আছে সুনীল গগৈ। সঘনাই মোবাইলৰ নম্বৰ সলনি কৰিছে সুনীল গগৈয়ে। CIDৰ হাতত তথ্য-প্ৰমাণ মজুত থকা ময়ো দেখিছোঁ ।’
জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু। আন ৩৫ গৰাকী ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।
গোঁসাইগাঁৱৰ মহাময়া মন্দিৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত নিহত ৫ জনকৈ ব’ল ব’মৰ যাত্ৰী। বিষমুৰীতো একেখন ট্ৰাকৰে খুন্দাত আন দুজন লোক নিহত। ঘটনা সংঘটিত কৰি পলায়ন ট্ৰাকখনৰ।