তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। ১৯ কেজিৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৩৯ টকাকৈ বৃদ্ধি। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হ’ল চিলিণ্ডাৰৰ দাম।
Category: Assamese News
পথাৰত থকা এটা জুপুৰিত আছিল লোকজন। জুপুৰিটোত বজ্ৰ পৰাৰ ফলতে এই অঘটন। জ্বলি সম্পূৰ্ণৰূপে ছাই হৈ যায় বাসগৃহটো।
৫ খন দেশৰ ৰাষ্ট্ৰপতি ৩ খন দেশৰ প্ৰধানমন্ত্ৰী আৰু ৮ খন দেশৰ বৈদেশিক মন্ত্ৰীৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীগৰাকী। দিল্লীত উপস্থিত হৈ কুটনৈতিক ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে অসমৰ চিৰাং জিলা ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৃহস্পতিবাৰে
অসম বিধানসভাত আজি গৃহীত হয় ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’। ইয়াৰ লগে লগে বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’। এতিয়াৰে পৰা এই আইনৰ স্থান ল’ব ‘Assam Compulsory