নিউজ ব্যুৰ’,নগাঁও,৮আগষ্ট:–অসম চৰকাৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সাহাৰ্য্যত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত,জ্যেষ্ঠ নাগৰিক সম্মিলন নগাঁও,জিলা আইনসেৱা প্ৰাধিকৰণ নগাঁৱৰ সহযোগত আৰু শ্রীমন্ত শঙ্কৰ মিশ্যনৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে জ্যেষ্ঠ নাগৰিকসকলৰ সর্বাঙ্গীণ বিকাশৰ উদ্দেশ্যে এখনি সজাগতা সভা সম্পন্ন হয় ৷ শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সভাকক্ষত আয়োজিত সভাৰ কাৰ্যসূচী অনুসৰি
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,৭আগষ্ট :-আত্মবিশ্লেষণ,মহানুভৱতা আৰু সুন্দৰ মন সফল শিক্ষানুষ্ঠানৰ চাবিকাঠী।”—এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট সাহিত্যিক ড° অমৰ জ্যোতি চৌধুৰীৰ। বুধবাৰে নগাঁও কলেজৰ ৮০সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ড° চৌধুৰীয়ে । নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ
নিউজ ব্যুৰ’,নগাঁও,৭আগষ্ট :–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক বুধবাৰে সংঘ আৰু বিশ্ববিদ্যালয় পৰিয়ালে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লিডাৰ- ২০২৪ সন্মান লাভ কৰি গৌৰৱান্বিত কৰাৰ বাবে ভবেন্দ্ৰনাথ ডেকাক এইদৰে বিশেষ অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে,”দ্য একাডেমিক ইনচাইট
বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে বি এছ এফৰ গুৱাহাটী সীমান্তই ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে ৷ বিভিন্ন আকস্মিক পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী ৷ সম্ভাব্য যিকোনো নিৰাপত্তাজনিত ভাবুকিৰ সমাধানৰ বাবে উচ্চ সতৰ্কতাৰ অৱস্থা ঘোষণা কৰা হৈছে ৷ গুৱাহাটীৰ ফ্ৰণ্টিয়াৰৰ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪০৯৬ কিলোমিটাৰ, বি এছ
মূল একাদশত শিৱম ডুবেৰ ঠাইত ৰিয়ান পৰাগক স্থান দিয়াৰ সম্ভাৱনা। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন। ইতিমধ্যে শৃংখলাখনত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে শ্ৰীলংকা।