Category: English News

গুৱাহাটীত হ’ব দুখন আই পি এল খেল!

গুৱাহাটীত হ’ব দুখন আই পি এল খেল!

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল মেচ (IPL match in Guwahati)। এই সন্দৰ্ভত ইতিমধ্যে আয়োজকে আনুষ্ঠানিক ঘোষণা কৰিছে । অসম ক্ৰিকেট সন্থাই পূৰ্বৰে পৰা গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল । ক’ভিডৰ পূৰ্বে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লৈ দুখন