Eget nisl curabitur sit ornare Pellentesque condimentum nam eu bibendum etiam sollicitudin. Pellentesque sem dui et a vel. Tempor semper natoque habitasse fermentum per dignissim et sem maecenas vel. Vitae maecenas. Aliquam, vehicula habitant nam lobortis sollicitudin nisl vel parturient nec lorem Pharetra. Facilisi augue. Pede odio eleifend eu tellus. Massa malesuada
Category: Lifestyle
Integer purus pharetra mauris, purus dictumst Pellentesque condimentum nam eu bibendum etiam sollicitudin. Pellentesque sem dui et a vel. Tempor semper natoque habitasse fermentum per dignissim et sem maecenas vel. Vitae maecenas. Aliquam, vehicula habitant nam lobortis sollicitudin nisl vel parturient nec lorem Pharetra. Facilisi augue. Pede odio eleifend eu tellus. Massa
বডী মাছাজৰ নামত মহানগৰীৰ পাৰ্লাৰত অব্যাহত নাৰী দেহ ব্যৱসায়। গণেশগুৰিৰ ‘কিমছ স্পা চেলুন’ত এহেজাৰ-পোন্ধৰশ টকাত বিক্ৰী হৈছে যুৱতীৰ দেহ। চকু মুদা কুলিৰ ভাৱত দিছপুৰ আৰক্ষী। ইয়াৰ পূৰ্বে জিএমচি আৰু দিছপুৰ আৰক্ষীয়ে অভিযান চলাই কেইবাখনো স্পা-পাৰ্লাৰত অসত কামত লিপ্ত থকাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তাৰপাছত যেন পুনৰ একেই অৱস্থা।
ভাল খবৰ। ১৬ অনূৰ্ধ্বৰ ভাৰতীয় মহিলা ভলীবল দলৰ শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰাৰ্থনা গগৈ। এই দলত স্থান পোৱা অসমৰ একমাত্ৰ খেলুৱৈ প্ৰাৰ্থনা।
হেৰা ফেৰীৰ বাবু ভাইয়াই হওক বা ৱেলকামৰ ঘুংৰু ছেঠেই হওক বা হাংগামাৰ ৰাধেশ্যাম তিৱাৰীয়েই হওক, উৎকৃষ্ট কমিক টাইমিং আৰু অভিনয়ৰ বাবে পৰিচিত পৰেশ ৰাৱালে আজি ৬৮তম জন্মদিন উদযাপন কৰিছে। আপুনি পৰেশ ৰাৱালক ৰূপালী পৰ্দাত এজন ধেমেলীয়া অভিনেতা হিচাপে চিনি পায়, আচলতে তেওঁৰ ব্যক্তিগত জীৱনটোও সমানেই ধেমেলীয়া। সৰুৰে পৰা পৰেশৰ ছবিৰ