Category: Entertainment News

ডিব্ৰুগড়ৰ জীয়ৰী গীতিকালৈ মিচ কুইন অৱ দা ৱৰ্ল্ড ইণ্ডিয়া খিতাপ

ডিব্ৰুগড়ৰ জীয়ৰী গীতিকালৈ মিচ কুইন অৱ দা ৱৰ্ল্ড ইণ্ডিয়া খিতাপ

চাহ নগৰী তথা ডিব্ৰুগড়ৰ জীয়ৰী গীতিকা কাৰোৱাই মিচ কুইন অৱ দা ৱৰ্ল্ড ইণ্ডিয়া খিতাপ অৰ্জন কৰিছে।অলপতে দেশৰ বানিজ্য নগৰী মোম্বাইত আয়োজিত তথা সুন্দৰী অভিনেত্ৰী মালাইকা অৰোৰা মুখ্য অতিথিৰূপে থকা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত গিতিকাই এই সন্মান আঁজুৰিবলৈ সক্ষম হয়।ডিব্ৰুগড়ৰ চৰকাৰী বহুমূখী বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰা গীতিকাই ১৬ বছৰ