আজিৰ কঠিন সময়ত, সৃষ্টিৰ আকাংক্ষা হয়তো লেহেম হৈ পৰিছিল, কিন্তু ই শেষ হ’ব নোৱাৰে৷ শিল্পীসকলক তেওঁলোকৰ কলা প্রদর্শন কৰাৰ বিকল্প উপায় আগবঢ়োৱাটো কলাৰ পৃষ্ঠপোষকসকলৰ দায়িত্ব৷ যোৱা বছৰ, বিশ্ব সংবাদ কেন্দ্রৰ উদ্যোগত চলচ্চিত্রম্ ৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল৷ আর্টিষ্টিক পৰিচালক ডলটনে কয়, ‘সভ্যতা হয়াৰ ঐতিহ্যৰ জৰিয়তে জনাজাত
Category: Entertainment News
ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই । অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৷ ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখৰ বাবে আইমীয়ে এই সন্মান লাভ কৰিছে।
GUWAHATI: Assam girl Rajashree Dowarah has been shortlisted in the Top 50 of Liva Miss Diva 2021 from over thousands of entries on Mo Early Life, Education: Dowarah is a student of Zoology from the Tea Town ‘DIBRUGARH’. Currently pursuing her graduation from MDKG SCIENCE COLLEGE, DIBRUGARH. Speaking about her
GUWAHATI: Digboi (Tinsukia) girl Pallabi Saikia has been shortlisted in the Top 50 of Liva Miss Diva 2021 from over thousands of entries on Monday. Early Life, Education: Saikia is a student of Dept. Of Chemistry in Digboi College. She did her schooling and HS from Little Stars Senior Secondary School,
সংগীতৰ অন্যতম শ্ৰেষ্ঠ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল চিজন ১২ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনে (Pawandeep Rajan)। লগতে প্ৰথম ৰানাৰ-আপ হৈছে অৰুণিতা কাঞ্জিলাল (Arunita Kanjilal)। বিজয়ী পৱনদীপ ৰাজনক এটা ট্ৰফী, ২৫ লাখ টকাৰ পুৰস্কাৰ আৰু এখন নতুন গাড়ী প্ৰদান কৰা হয়। পশ্চিম বংগৰ অৰুণিতা কাঞ্জিলাল কঠিন যুঁজৰ পিছতো দ্বিতীয়