এজন পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহুতে সময়মতে শুবলৈ যাব নোৱাৰে৷ কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷ টোপনি হ্ৰাস পালে বিভিন্ন ৰোগৰ উপসৰ্গই
Category: Top News
তামুলপুৰ জিলাৰ দাৰকুছিত যোৱা নিশা একাংশ বেঙ্গলী সম্প্ৰদায়ৰ যুৱকে জয় শ্ৰী ৰাম ধ্বনি দি এবিএমছুৰ দুটাকৈ কাৰ্য্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ দাৰকুছিৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে । আনকি উদণ্ড যুৱকসকলে আৰক্ষীৰ উপস্থিতিতে সভাপতিগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে । ঘটনাৰ কিছু মুহুৰ্তৰ
এগৰাকী গৰ্ভৱতী মহিলাৰ অতি কৰুণ মৃত্যুৰ এক ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপূৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে এখন দলঙৰ তলত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে মহিলাগৰাকীয়ে তেওঁৰ ৪বছৰীয়া পুত্ৰক চকলেট কিনি দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰ পৰা নিৰুদ্দেশ আছিল মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এজাহাৰ
অসমীয়াৰ হেঁপাহৰ চাদৰ মেখেলা গাত মেৰিয়াই এইবাৰ ভক্তক আশীৰ্বাদ দিবলৈ গুৱাহাটীলৈ আহিছে দেৱী দুৰ্গা৷ চৌপাশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উখলমাখল পৰিৱেশ৷ মহালয়া, নৱৰাত্ৰিৰ পাছত এতিয়া দেৱী দুৰ্গাৰ ষষ্ঠীপূজাত প্ৰাণ প্ৰতিষ্ঠাৰে মৰ্ত্ত্যৰ পূজা অৰ্চনাৰ বাবে সাজু হৈছে সকলো ভক্তগণ৷ পূজা মণ্ডপত চালে চকুৰোৱাকৈ স্থাপন কৰা হৈছে দেৱীপ্ৰতিমা৷ মা দুৰ্গাৰ লগত মৰ্ত্ত্যত
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছে৷ শুকুৰবাৰে তেওঁ ১০ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটোৱাৰ বিষয়ে ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে সদৰি কৰে৷ উল্লেখ্য যে জৰ্জিয়া মেলনিৰ স্বামী আন্দ্ৰেয়া জিয়ামব্ৰুনো বৃত্তিত এগৰাকী সাংবাদিক৷ জৰ্জিয়া আৰু আন্দ্ৰেয়াৰ এটি সাত বছৰীয়া কন্যা সন্তানো আছে৷ অৱশ্যে কি কাৰণত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়াই স্বামীৰ সৈতে