Category: Top News

নিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত  ৭গৰাকীকৈ ছাত্ৰ

নিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত ৭গৰাকীকৈ ছাত্ৰ

📌জালুকবাৰীত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ৭জন কৈ যুৱকে।📌দুৰ্ঘটনাটিত নিহত দুৰ্ভগীয়া ছাত্ৰসকল হ’ল – গুৱাহাটীৰ সাতগাঁওৰ অৰিন্দম ভাল্লাল, মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, নুমলিগড়ৰ নিয়ৰ ডেকা, মঙলদৈৰ কৌশিক বৰুৱা, ডিব্ৰুগড়ৰ ইমন গায়ন, চৰাইদেউৰ মাহমৰাৰ কৌশিক মোহন আৰু নগাওঁৰ উপাংশু শৰ্মা ।

আজি খানাপাৰাত নিযুক্তিপত্র বিতৰণৰ মেগা অনুষ্ঠান

আজি খানাপাৰাত নিযুক্তিপত্র বিতৰণৰ মেগা অনুষ্ঠান

এক লাখ নিযুক্তিৰ প্ৰদানৰ ক্ষেত্ৰত আৰু এটা ঢাপ আগুৱাবৈল মাজত মাত্ৰ এটা দিন বাকী। আজি ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত ব্যয়বহুল অনুষ্ঠানৰ মেগা নিযুক্তি প্ৰদান কৰা হব। নিযুক্তি প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। এই অনুষ্ঠানত প্রায় ৪৫,০০০ চাকৰিপ্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হব।

কামৰূপ মহানগৰ জিলাত ড্ৰোণ উৰণ নিষিদ্ধড্ৰোণ উৰণ নিষিদ্ধ

কামৰূপ মহানগৰ জিলাত ড্ৰোণ উৰণ নিষিদ্ধড্ৰোণ উৰণ নিষিদ্ধ

🔷ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা কামৰূপ মহানগৰ জিলাত। 🔷অমিত শ্বাহৰ গুৱাহাটী আগমনৰ পৰিপেক্ষিতত এই সিদ্ধান্ত। 🔷কামৰূপ মহানগৰ জিলা দণ্ডাধীশে জাৰি কৰিলে এই নিৰ্দেশনা।