Category: Top News

ওদালগুৰিৰ ঔৰংগাজুলিত হাগ্ৰামা মহিলাৰীৰ বিশাল জনসভা

ওদালগুৰিৰ ঔৰংগাজুলিত হাগ্ৰামা মহিলাৰীৰ বিশাল জনসভা

আহি আছে ২০২৪ ৰ লোকসভা নিৰ্বাচন | নিৰ্বাচনৰ পূৰ্বেই বিটিচিত চলিছে ৰাজনৈতিক বতাহ | পিছে নতুন ৰূপত পুনৰ সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গল বিপিএফ দল | তাৰেই যেন ইংগিত বহন কৰিলে ওদালগুৰিৰ ঔৰংগাজুলিত অনুষ্ঠিত হোৱা বিপিএফ দলৰ বিশাল ৰাজনৈতিক সভা | জনসমুদ্ৰত পৰিণত হোৱা বিপিএফৰ ৰাজনৈতিক সভাখনত বিটিচিৰ প্ৰাক্তন

খ্ৰীষ্টানক চেৰ পেলাই অতি সোনকালেই বিশ্বত জনসংখ্যাৰ অভিলেখ গঢ়িব মুছলমানে

খ্ৰীষ্টানক চেৰ পেলাই অতি সোনকালেই বিশ্বত জনসংখ্যাৰ অভিলেখ গঢ়িব মুছলমানে

বৰ্তমান বিশ্বত খ্ৰীষ্টান ধৰ্মীয় লোকৰ জনসংখ্যা আটাইতকৈ বেছি যদিও অতি সোনকালেই খীষ্ট্ৰানক অতিক্ৰম কৰিব মুছলমানে।এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অতি সোনকালেই ইছলাম হ’ব বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা ধৰ্ম। ‘The Future of World Religions: Population Growth Projections, 2010-2050’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১৫ চনত মুছলমান জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৭০ শতাংশ

১ মে’ত ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী,কাইলৈ নচলিব ব্যৱসায়ীক যান-বাহন

১ মে’ত ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী,কাইলৈ নচলিব ব্যৱসায়ীক যান-বাহন

কাইলৈ নচলিব ব্যৱসায়ীক যান-বাহন শ্ৰমিক দিৱসৰ দিনাই প্ৰতিবাদৰ সিদ্ধান্ত মটৰ শ্ৰমিক সন্থাৰ ১ মে’ত ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী পুৱা ৫ বজাৰ পৰা নচলিব ব্যৱসায়ীক যান-বাহন দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে সদৌ অসম মটৰ শ্ৰমিক সন্থাই

২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা।

২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা।

🔴 ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা। 🔴 অম্বুবাচী মেলাক লৈ কামৰূপ (ম) প্ৰশাসনৰ বৈঠক।

অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰ; সুৰোজ পাঞ্চালিক দোষমুক্ত ঘোষণা চিবিআইৰ…

অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰ; সুৰোজ পাঞ্চালিক দোষমুক্ত ঘোষণা চিবিআইৰ…

বলিউডৰ অভিনেত্ৰী জিয়া খানৰ আত্মহত্যা সন্দৰ্ভত আজি ৰায়দান দিব মুম্বাইৰ CBIৰ এখন বিশেষ আদালতে। ২০১৩ চনৰ ৩ জুনত জিয়াৰ মৃতদেহ তেওঁৰ মুম্বাইৰ জুহুস্থিত ঘৰত উদ্ধাৰ কৰা হৈছিল। চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল জিয়া খানক। ২০১৩ চনৰ ৭ জুনত জিয়াৰ ঘৰৰ পৰা ৬ পৃষ্ঠাৰ চুইচাইড নোট উদ্ধাৰ কৰিছিল। ১০