মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ: বসুন্ধৰা আঁচনিৰ অধীনত কোনে পাব মিয়াদি পাট্টা
Category: Top News
মাটিৰ নামজাৰিৰ নামত মিঠাইৰ দোকানত গৈ উৎকোচ লৈ গ্ৰেপ্তাৰ বৰপেটাৰ সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল নৱ কুমাৰ চৌধুৰী।
দীৰ্ঘদিন ধৰি নগাঁৱৰ বৰঘাট বাইপাছৰ দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উঠা ভোগদৈ ধাবাত নগাঁও আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই ৫গৰাকী যুৱতীসহ ১৭জন যুৱকক গ্ৰেপ্তাৰ কৰে।নগাঁও আৰক্ষীৰ এক উচ্চ স্তৰীয় দলৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকা আৰু দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত মুল
গোলাঘাটত যৌন নিৰ্যাতনৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীক সাত মাহ পূৰ্বে তেওঁৰ খুৰাক আৰু পুত্ৰকে ধৰি পৰিয়ালৰ দুজন সদস্যই ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত এই ঘটনা সংঘটিত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত
নিশা ২.২৭ বজাত কামৰ পৰা নিজৰ ঘৰলৈ যোৱা অৱস্থাত হঠাৎ কণ্ঠশিল্পী ভৃগু কাশ্যপ আবদ্ধ হৈ পৰে। ৰাস্তাৰ মাজত কান্দজ্ঞানহীন একাংশ মহানাগৰীকৰ বাবেই মাজৰাস্তাতে আবদ্ধ হবলগীয়া হয় শিল্পীগৰাকী। যাৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্ষোভ উজাৰিলে কণ্ঠশিল্পীগৰাকীয়ে। আচলতে এই ঘটনা বুধবাৰৰ নিশা। তেতিয়া সময় ২.২৭ বাজিছিল। কামৰ পৰা নিজৰ ঘৰলৈ যোৱা অৱস্থাত