নলবাৰীৰ ভগা বিয়া জোৰা লাগিল! নলবাৰীৰ ভঙা বিয়াৰ জোৰণৰ আ-অলংকাৰ ঘূৰাই দিলে কইনাপক্ষই। নলবাৰী আৰক্ষী সদৰ থানাত চুক্তিপত্ৰত চহী কৰিলে উভয়পক্ষই মিলামিচিৰে দৰা-কইনা পক্ষই পৰস্পৰক উভতাই দিলে আ-অলংকাৰ, সা-সামগ্ৰী।
Category: Top News
নগাঁৱৰ মাচুম আলিয়ে ভাইৰেল কৰিছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত MORE DETAILS COMING SOON
ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট চক্ৰৰ। এডিট কৰি WHatsAppত ভাইৰেল কৰিছিল পুৰণি প্ৰশ্নকাকত। ২০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভূগোলৰ পৰীক্ষাৰ পূৰ্বে এইদৰে পুৰণি প্ৰশ্নকাকত ভাইৰেল কৰি
মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল ! ১৮ মাৰ্চত আছিল অসমীয়া বিষয়ৰ পৰীক্ষা টুইটযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ লোহিত খাবলু হাইস্কুলৰ পৰা ফাদিল প্রশ্নকাকত পৰীক্ষা কেন্দ্ৰৰ ইনচার্জ প্ৰণৱ দত্তক জেৰাত এই তথ্য ফাদিল পূর্বে প্রশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল বিজ্ঞানৰ পৰীক্ষা বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলতো জড়িত আছিল প্ৰণৱ দত্ত
৬ মাহৰ মূৰে মূৰে বাল্য বিবাহত জড়িত অপৰাধীৰ বিৰুদ্ধে চলিব অভিযান! ২০২৬ চনত অসমক সম্পূর্ণ বাল্য বিবাহমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য বাল্য বিবাহ প্ৰতিৰোধৰ বাবে ২০০ কোটি টকাৰ আৱণ্টন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থাকিব বুলি প্ৰকাশ কৰিছে।