মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল !

মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল !

মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল !

১৮ মাৰ্চত আছিল অসমীয়া বিষয়ৰ পৰীক্ষা

টুইটযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

লখিমপুৰৰ লোহিত খাবলু হাইস্কুলৰ পৰা ফাদিল প্রশ্নকাকত

পৰীক্ষা কেন্দ্ৰৰ ইনচার্জ প্ৰণৱ দত্তক জেৰাত এই তথ্য ফাদিল

পূর্বে প্রশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল বিজ্ঞানৰ পৰীক্ষা বিজ্ঞানৰ প্ৰশ্নকাকত

ফাদিলতো জড়িত আছিল প্ৰণৱ দত্ত

Shahnawaz Hamza