Category: Top News

তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনৰ গুলীচালনা

তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনৰ গুলীচালনা

তিনিচুকীয়াৰ লিডুত ভয়ংকৰ ঘটনা। সন্দেহযুক্ত আলফা স্বাধীনৰ কেডাৰৰ গুলীত নিহত তিনিজনকৈ লোক। জিলা খনৰ ফিনভিৰু আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰীত এই ঘটনা সংঘটিত হয় এই ঘটনা ৷ আলফা স্বাধীনৰ বিৰুদ্ধে আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবেই হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীৰ গুলীত নিহত হৈছিল জ্যেষ্ঠ আলফা স্বাধীনৰ নেতা উদয়

মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক!

মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক!

🖌️ মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক। 🖌️হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই শেষ হৈ গৈছে হিন্দু -মুছলমানৰ ভাতৃত্ববোধ। 🖌️ড০হিমন্ত বিশ্ব শৰ্মা Over Confidence হৈ আছে কোনো Politicanৰ বাবে Over Confidence ভাল নহয়। 🖌️ এতিয়াও অসমৰ ৯৯ শতাংশ মানুহ চেকুলাৰ মনোবৃত্তিৰ। 🖌️ হিন্দুৰাষ্ট্ৰ প্ৰসংগতো প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ২০২৪ৰ লোকসভা

ওদালগুৰি ৰজাগড়ত উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

ওদালগুৰি ৰজাগড়ত উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

গুৱাহাটীৰ উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত ওদালগুৰি জিলাৰ ৰাজাগড় শ্বহীদ আদৰ্শ বিদ্যালয়ত ডাইবেটিছ ৰোগী সকলৰ বাবে বিনামুলীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ভয়াবহতাৰ ৰূপত বিয়পিছে ডাইবেটিছ ৰোগ | পিছে কিহৰ কাৰণে দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ডাইবেটিছ ৰোগীৰ সংখ্যা | ভেজাল খাদ্য আৰু অতিমাত্ৰা চিন্তাত থকা ব্যক্তি সকল

ৰাতি শোৱাৰ সময়ত ভুলতো নকৰিব এই কাম; নহ’লে হ’ব ভয়ংকৰ পৰিণাম!

ৰাতি শোৱাৰ সময়ত ভুলতো নকৰিব এই কাম; নহ’লে হ’ব ভয়ংকৰ পৰিণাম!

কেতিয়াবা এটা অতি সৰু বস্তুয়েও আমাৰ জীৱনত ডাঙৰ বিপদ ঘটাব পাৰে। বহুলোকেই নিশা শোৱাৰ সময়ত এটা বৰ ডাঙৰ ভুল কৰে, এই কামে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এই ভুলটো হ’ল পেট পেলাই শুৱা। বহুলোকৰ পেট পেলাই শুৱাৰ অভ্যাস আছে। কিন্তু এই অভ্যাসৰ ফলত লাহে লাহে স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে।