20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক!

Assamese Newsমুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক!

🖌️ মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক।

🖌️হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই শেষ হৈ গৈছে হিন্দু -মুছলমানৰ ভাতৃত্ববোধ।

🖌️ড০হিমন্ত বিশ্ব শৰ্মা Over Confidence হৈ আছে কোনো Politicanৰ বাবে Over Confidence ভাল নহয়।

🖌️ এতিয়াও অসমৰ ৯৯ শতাংশ মানুহ চেকুলাৰ মনোবৃত্তিৰ।

🖌️ হিন্দুৰাষ্ট্ৰ প্ৰসংগতো প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হাতত কোনো এজেণ্ডা নাই এইবাৰ বিজেপিয়ে এজেণ্ডা হিচাপে বাচি ল’ব হিন্দুৰাষ্ট্ৰৰ প্ৰসঙ্গ।
🖌️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা সাংসদ আজমলৰ। আৰু লগতে এই কথা উল্লেখ কৰে মুছলমানসকল বিপথে পৰিচালিত কৰিছে অখিল গগৈয়ে, অখিল গগৈ এজন ফাল্টু মানুহ।
🖌️ সাংসদ বদৰুদ্দিন আজমল বিলাসীপাৰা, সাপটগ্ৰামত উপস্থিত হৈ এনেধৰণৰ মন্তব্য কৰে।
সাপটগ্ৰামৰ পৰা লাতিফুল ইছলামৰ ৰিপোৰ্ট।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!