Category: Top News

কাঁনৰ ৰেড কাৰ্পেটত খােজ দিয়া প্ৰথমগৰাকী অসমীয়া !

কাঁনৰ ৰেড কাৰ্পেটত খােজ দিয়া প্ৰথমগৰাকী অসমীয়া !

বিশ্বৰ প্ৰাচীনতম আৰু ঐতিহ্যবাহী কাঁন চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটক লৈ শেহতীয়াকৈ ৰাজ্যত চৰ্চা অব্যাহত আছে। কাঁনৰ সৰ্বাধিক গ্লেমাৰপূৰ্ণ ৰেড কাৰ্পেটৰ মূল ইভেন্টত আনুষ্ঠানিকভৱে পদসঞ্চালৰ কৰাটো ইমান সহজ নহয়। এই সন্দৰ্ভত ইতিমধ্যে বহু ছবি সমালোচক, সাংবাদিকে নিজৰ নিজৰ মত ব্যক্ত কৰিছে। এই ৰেড কাৰ্পেট চৰ্চাৰ মাজতে অসমৰ আগশাৰীৰ বাতৰি কাকত ‘আমাৰ