Category: Top News

সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ হিমন্ত ৰজা হৈছে : ভূপেন বৰা

সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ হিমন্ত ৰজা হৈছে : ভূপেন বৰা

গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । গুৱাহাটীৰ ৰাজীৱ ভৱনত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে ক’লে ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, এইখন ৰাইজৰ চৰকাৰ নহয় । এইখন বিজেপিৰ নেতা আৰু

ক’ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ক’ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

 প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিডত আক্ৰান্ত হৈছে। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল । তাৰ পাছত তেওঁৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ । ইয়াৰ পূৰ্বেও ২০২০ চনৰ ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কৰ’ণাত আক্ৰান্ত হৈছিল । উল্লেখ যে বিগত কেইদিন ধৰি ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

পুনৰ আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ পিছত বৰ্তমান এক চাঞ্চল্য পৰিবেশে বিৰাজ কৰিছে শিক্ষা প্ৰতিষ্ঠানখনত৷ মৃত ছাত্ৰজন ওড়িশাৰ প্ৰশান্ত প্ৰশান্ত কুমাৰ আৰুখা বুলি জানিব পৰা গৈছে ৷ 25 বছৰীয়া ছাত্ৰজনক IIT গুৱাহাটীৰ কপিলি হোষ্টেলত ২৫ জানুৱাৰীৰ সন্ধিয়া, বিচনাত মুৰ্মূষু অৱস্থাত উদ্ধাৰ হয় । শৈক্ষিক প্ৰতিষ্ঠানখনৰ অন্য ছাত্ৰই জানিবলৈ

Notification for fourth phase UP polls on Jan 27

Notification for fourth phase UP polls on Jan 27

The notification for the fourth phase of assembly polls in Uttar Pradesh will be issued on January 27. The process of filing of nominations will begin with the notification. Meanwhile, Bharatiya Janata Party (BJP) on Tuesday released the list of eight candidates for the Uttar Pradesh Assembly elections. Of these,