Category: Top News

কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত

কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত

গোলাঘাট সত্ৰ ন্যায়ালয়ৰ এম. এইচ. বৰভূঞা বিচাৰপীঠত ইতিমধ্যে অন্ত পৰে কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচজনকৈ লোকৰ বিচাৰ প্ৰক্ৰিয়া । সেই অনুসৰি বগীজান আৰক্ষী থানাৰ 87/19 গোচৰত অভিযুক্ত লক্ষীন্দ্ৰ চৰেং আৰু চুকুৰা মাঝিক বিশ বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে প্ৰতিজনৰ পৰা পাঁচ হাজাৰকৈ জৰিমনা বিহে । দুয়ো এগৰাকী প্ৰায় সাত/আঠ বছৰীয়া কিশোৰী

Omicron fear: পুনৰ জাৰি সান্ধ্য আইন

Omicron fear: পুনৰ জাৰি সান্ধ্য আইন

 ভাৰতত ক’ভিডৰ অ’মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বুধবাৰলৈকে এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি । আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ২৩ গৰাকী, কৰ্ণাটকত ১২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকৰণৰ অৱস্থিতি । গুজৰাট আৰু দিল্লীত ৭ গৰাকীকৈ লোক নতুনকৈ অ’মিক্ৰণত আক্ৰান্ত হৈছে