Category: Top News

২৪ ডিচেম্বৰত আজমলৰে বহিব বিধায়ক শ্বেৰমান, শীঘ্রে ইউডিএফলৈ

২৪ ডিচেম্বৰত আজমলৰে বহিব বিধায়ক শ্বেৰমান, শীঘ্রে ইউডিএফলৈ

কংগ্রেছ এৰি পুনৰ নিজৰ পুৰণি ঘৰ এ আই ইউ ডি এফলৈ উভতি যাব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷ এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত শীঘ্রেই বিধায়কগৰাকীয়ে দলটোত যোগদান কৰিব৷ ইয়াৰ পূর্বে বদৰুদ্দিন আজমলৰ স’তে আনুষ্ঠানিক বৈঠকত বহিব কংগ্রেছৰ নিলম্বিত বিধায়কজন৷ অহা ২৪ ডিচেম্বৰত হোজাহত বদৰুদ্দিন

বিলাসীপাৰা খোৰাঘাট শোকাবহ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

বিলাসীপাৰা খোৰাঘাট শোকাবহ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

নুৰ ইছলাম মণ্ডল: ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোৰাঘাট দলংৰ কাষত ৰবিবাৰে সন্ধিয়া 5.00 বজাত এক পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বাইক চালক জনক তীব্ৰ বেগী মালবাহী টাটা ম’বাইল গাড়ী এখনে মহতিয়াই নিয়াৰ ফলত যুৱক জনৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা যুৱক জনৰ নাম মমিনূৰ হক ( ৩২)। হকৰ

গুৱাহাটী: নিজ কন্যাক হত্যা কৰি অন্তৰ্ধান পিতৃ

গুৱাহাটী: নিজ কন্যাক হত্যা কৰি অন্তৰ্ধান পিতৃ

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত । পিতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কন্যাক। বিচনাত কম্বল দি ঢাকি থোৱা অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত ভাড়াতীয়া হিচাপে আছিল পত্নী-কন্যাসহ