Category: Top News

আজি অসম দিৱস, মহান বীৰ চাওলুং চুকাফাক মুখ্যমন্ত্ৰীৰ স্মৰণ

আজি অসম দিৱস, মহান বীৰ চাওলুং চুকাফাক মুখ্যমন্ত্ৰীৰ স্মৰণ

আজি চুকাফা দিৱস। আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ স্মৃতিত আজি ৰাজ্যজুৰি পালন কৰা হয় চুকাফা দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত অসম হাউছত বৃহত্তৰ অসমীয়া জাতিৰ যুগপুৰুষ স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফাৰ প্ৰতিচ্ছবিত সেৱা জনাই মহান মনীষীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বৰ্গদেউ ছ্যু-কাফাৰ মহানতা তথা আদৰ্শ অসমবাসীৰ