Category: Top News

ত্রিপুৰাত টিএমচিৰ নেত্রী ছায়োনি ঘোষক গ্রেপ্তাৰ

ত্রিপুৰাত টিএমচিৰ নেত্রী ছায়োনি ঘোষক গ্রেপ্তাৰ

তৃণমূল কংগ্রেছৰ নেত্রী তথা বাংলা অভিনেত্রী ছায়োনি ঘোষক ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছায়োনি ঘোষক বিজেপিৰ কর্মীয়ে আক্রমণ কৰা বুলি তৃণমূল কংগ্রেছে দাবী কৰিছে৷ তৃণমূল কংগ্রেছৰ এই অভিযোগ খণ্ডন কৰি বিজেপিয়ে প্রকাশ কৰিছে যে মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱৰ পথৰ দাঁতিত হৈ থকা সভাত ব্যাঘাত জন্মোৱাৰ বাবেই ছায়োনি

মাৰ্ঘেৰিটাত বিশেষ ভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন

মাৰ্ঘেৰিটাত বিশেষ ভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন

মাৰ্ঘেৰিটাত বিশেষ ভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং বাহঁবাৰী অঞ্চলৰ ১১ বছৰীয়া বিশেষ ভাৱে সক্ষম কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰে জড়িত দিলীপ দেৱনাথ নামৰ ৫০ বছৰ উৰ্ধৰ ব্যক্তিক আটক কৰি আৰক্ষীক গটালে ৰাইজে। ঘটনাৰ বিৱৰণী অনুসৰি