Category: Top News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ফেশ্বন শ্ব’ত জিলিকিল বৰপথাৰৰ ১২ বছৰীয়া ৰিমি

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ফেশ্বন শ্ব’ত জিলিকিল বৰপথাৰৰ ১২ বছৰীয়া ৰিমি

FSS Season 8 শীৰ্ষক ছিনিয়ৰ Kid’s শাখাত অসমক প্ৰতিনিধিত্ব কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰিমি দেৱীয়ে । কলকাতাৰ মালদাত অনুষ্ঠিত দেশৰ আগশাৰীৰ ফেশ্বন শ্ব’ FSS season 8 ৰ ছিনিয়ৰ kidds শাখাত জয়ী হৈ বৰপথাৰৰ শিঙিমাৰী গাঁৱৰ বীৰ সিনহা আৰু লক্ষী দেৱীৰ ১২ বছৰীয়া জীয়াৰী ৰিমি দেৱীয়ে

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোহাঁই

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোহাঁই

আগন্তক ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে বেংগালুৰুত অনুশীলন অব্যাহত ৰখাৰ মাজতে কেইটামান দিনৰ বাবে ঘৰলৈ আহিছে লাভলীনা ৷ শনিবাৰে বৰপথাৰৰ বাৰমুখীয়াৰ নিজা বাসগৃহলৈ আহিছে লাভলীনা বৰগোঁহাই । উল্লেখযোগ্য যে, শেহতীয়াকৈ দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হৈছে লাভলীনা ৷

হোজাইত নিশা চাঞ্চল্যকৰ ঘটনা : মহিলা ইউটিউবাৰক দুই যুৱকে ধৰ্ষণৰ চেষ্টা

হোজাইত নিশা চাঞ্চল্যকৰ ঘটনা : মহিলা ইউটিউবাৰক দুই যুৱকে ধৰ্ষণৰ চেষ্টা

 ইউটিউব কৰাৰ বাবেই কাল হ’ল হোজাই জয়ন্তীয়াবস্থিৰ এইগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ স্বামী বিদেশত থকাৰ সুযোগত মহিলাগৰাকীক দীৰ্ঘদিনৰ পৰা স্বামীৰ আত্মীয়ই ভাবুকি দি আহিছিল৷ মুছলিম মহিলা হৈ ইউটিউবৰ পৰা বিৰত থাকিবলৈ মহিলাগৰাকীক ভাবুকি দিছিল স্বামীৰ আত্মীয় সহ দুই যুৱকে ৷ যোৱা নিশা ঘৰত কোনো পুৰুষ নথকাৰ সুযোগত দুই যুৱকে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ