শিলচৰ কাণ্ডকলৈ প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ । তেওঁ কয় যে, অসমত অসমীয়া ভাষাক অপমান সহ্য কৰা নহ’ব, অসম চৰকাৰে কি দায়িত্ব পালন কৰিব সেয়া লক্ষণীয় হ’ব । বিভিন্ন চক্ৰই বিভিন্ন ধৰণে বিষয়টোক আগুৱাই নিবলৈ চেষ্টা কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্য্যৰ । অসমত অসমীয়া ভাষাৰ মৰ্যাদা অটুট
Category: Top News
‘অসমীয়া বাপুতিসাহোন কাতি বিহুৰ দিনটোত অসমত অৱহেলিত আৰু অপমানিত অসমীয়া ভাষা । জাতিৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক কথা একো নাই’- এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷ বৰাকত একাংশ অসম আৰু অসমীয়া বিৰোধী বঙালী সংগঠনে অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল-জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং
Ahead of Assam by-polls, several opposition party leaders joined the Bharatiya Janata Party on Sunday at the party office in Guwahati. According to a statement issued by the BJP today, Gautam Dhanowar, son of Former Congress Minister Rameshwar Dhanowar and Pradip Majhi, son of Congress leader Prithibi Majhi have joined
পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত দুশ টকা হ’লেহে হেনো দুচকীয়া বাহনত তিনিজন উঠাৰ কথা কৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কংগ্ৰেছে ভৱেশ কলিতাৰ কথা মতে, দুচকীয়া বাহনত তিনিজনকৈ উঠা সন্দৰ্ভত দেওবাৰে তেওঁ এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, পেট্ৰ’লৰ দাম ২০০ টকা হ’লে দুচকীয়া বাহনত তিনিজন উঠাৰ
বঙাইগাঁৱত সংঘটিত হৈছে এটা চৰম লজ্জাজনক ঘটনা৷ পিতা–পুত্রই মিলি এগৰাকী মহিলাক ধর্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই জঘন্য ঘটনা সংঘটিত হৈছে নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত৷ কিছু পলমকৈ পোহৰলৈ অহা ঘটনাৰ বিৱৰণী অনুসৰি, স্থানীয় মহিলা এগৰাকীৰ স্বামী কর্মসূত্রে বহিঃৰাজ্যত থকাৰ সুযোগ গ্রহণ কৰি পিতা–পুত্রই দীর্ঘদিনে শাৰীৰিক তথা যৌন নির্যাতন চলাইছিল৷ বদিয়ত