➡️ ১৫ দিনৰ অন্তত মুক্তি অপহৃত গৌতম বসুমতাৰীক ৷ ➡️ গৌতম বসুমতাৰীক মুকলি কৰি দিয়া হয় অৰুণাচলৰ জয়ৰামপুৰৰ ১৭ মাইলত ৷ ➡️ লেখাপানী আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে অপহৃত গৌতম বসুমতাৰীক ৷ ➡️ আলফা (স্বাঃ)য়ে গৌতমক ২৪ অক্টোবৰত অপহৰণ কৰিছিল জাগুনৰ ১০ মাইলস্থিত চাহ বাগিচাৰ ফেক্টৰীৰ পৰা ৷ ➡️
Category: Top News
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বঙাইগাঁও আৰু চিদলী সমষ্টিত একোখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। বঙাইগাঁও সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটব প্রার্থী দিপ্তীময়ী চৌধুৰী আৰু চিদলী সমষ্টিত মিত্ৰ দলৰ প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমর্থনত আয়োজিত এই জনসভালৈ ব্যাপক উপস্থিতিৰে জনসাধাৰণে
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে দেশ জোকাঁৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম এজন অভিযুক্ত ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাত কৰি আৰক্ষীৰ জালত পৰা ৰঞ্জিত কাকতিক যোৱা বুধবাৰে জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি
মঙলবাৰে নিশা গুৱাহাটী ক্লাৱত উপস্থিত হৈ নিৰ্মীয়মান উৰণ সেতুৰ কামৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মীয়মান উৰণ সেতুৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘লোক নিৰ্মাণ বিভাগে পূৰ্বৰ পৰাই গছ কটাৰ সিদ্ধান্ত লোৱা নাছিল। গছ উঠাই নি আন এটা ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা ওলাইছে। দীঘলীপুখুৰীৰ গছ কটাও নহয়,
ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া কাব্যশ্রী দিহিঙীয়া আটাইকেইজনকে নিৰ্বাচনী বিষয়া হিচাপে কৰা হৈছিল বদলি বদলি কৰাৰ পিছতো তেওঁলোকে যোগদান কৰা নাছিল কৰ্তব্যত আটাইকেইজনৰ বিৰুদ্ধে বিভাগীয়