Category: Top News

Vistadome trains in Assam, Bengal from Saturday

Vistadome trains in Assam, Bengal from Saturday

Northeast Frontier Railway (NFR) on Thursday said it will introduce Vistadome tourist special train services in two popular routes — Guwahati-New Haflong in Assam and New Jalpaiguri-Alipurduar Junction in West Bengal from Saturday. NFR general manager Anshul Gupta said the special trains will be run on the two routes considering

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

অসম বিধানসভাৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এনে তৎপৰতাৰ অংশৰূপে যোৱানিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত এক গোপন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠক সন্দর্ভত অসম প্রদেশ

ৰণবীৰ সিং অতি সোনকালে হ’ব দেউতাক, এগৰাকী অভিনেত্ৰীৰ বাৰ্তাই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে বলিউড জগতত

ৰণবীৰ সিং অতি সোনকালে হ’ব দেউতাক, এগৰাকী অভিনেত্ৰীৰ বাৰ্তাই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে বলিউড জগতত

ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতিৰূপে পৰিচিত। দুয়োগৰাকী তাৰকাক সকলো অনুষ্ঠানত প্ৰায়ে একেলগে দেখা যায়। কিন্তু বলীউডৰ এগৰাকী অভিনেত্রীৰ সামাজিক মাধ্যমৰ বাৰ্তাই বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজতো ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। বলীউডৰ অভিনেত্রী তথা প্ৰিয়ংকা চোপ্ৰাৰ ভগ্নী পৰিণীতি চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পোষ্ট কৰি লিখিছল যে, ৰণবীৰ

কৰ্ণাটক চৰকাৰে আই টি কোম্পানীসমূহক ২ বছৰ ঘৰত থাকি কাম কৰাৰ বাবেজনালে আহ্বান

কৰ্ণাটক চৰকাৰে আই টি কোম্পানীসমূহক ২ বছৰ ঘৰত থাকি কাম কৰাৰ বাবেজনালে আহ্বান

কৰ্ণাটক চৰকাৰে মঙলবাৰে আইটি কোম্পানীসমূহক বেংগালুৰু মেট্ৰ’ নিৰ্মাণ কাৰ্যৰ বাবে আউটাৰ ৰিং ৰোডৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ-২০২২ লৈকে ঘৰৰ পৰায়ে কাম কৰিবলৈ আহ্বান জনায়। নেচনেল এছ’চিয়েশ্যন অৱ ছফ্টৱেৰ এণ্ড চাৰ্ভিচ কোম্পানীজ (নাছকম)লৈ লিখা এখন পত্ৰত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগে কয়, “বিএমআৰচিএল-এ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ পৰা কে আৰ পুৰমলৈ

নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়া ৷ চহৰখনৰ মাজ-মজিয়াত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ বৰ্বৰ আক্ৰমণত মগজুত গুৰুতৰভাৱে আঘাত পাইছিল একেখন মহাবিদ্যালয়ৰে ছাত্ৰী নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তই ৷ ছাত্ৰী দুগৰাকীক ন্যায় প্ৰদানৰ দাবীত ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ ধেমাজি জিলা ৷