দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান, সত্ৰ, নামঘৰ, দ’ল-দেৱালয়সমুহৰ দুৱাৰ আজি আংশিকভাৱে মুকলি হৈ পৰিছে ৷ ক’ৰোণাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি আজিৰেপৰা আংশিকভাৱে মুকলি কৰা হৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মুল দুৱাৰ ৷ পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতেই সত্ৰৰ ৫০ শতাংংশ ভকতৰ বাবে মুকলি হৈ
Category: Top News
অসম চৰকাৰে ১৯ আগষ্ট ২০২১ ৰ পৰিৱৰ্তে ২০ আগষ্ট, ২০২১ তাৰিখে ‘মহৰম’ৰ বাবে আধা বন্ধ ঘোষণা কৰে।ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ কাৰ্যালয় স্মাৰকপত্ৰ আৰু এই সন্দৰ্ভত অসমৰ ৰাজ্যিক হিলাল সমিতিৰ পৰা প্ৰাপ্ত সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত লোৱা হৈছে। ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহ,
ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই । অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৷ ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখৰ বাবে আইমীয়ে এই সন্মান লাভ কৰিছে।
চিবিআইয়ে অৱশেষত চাঞ্চল্যকৰ শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আজি অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতক ২০১২ চনৰ শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে বুলি অৱগত কৰে। ইপিনে, চিবিআইয়ে ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ চালক শ্যামবৰ ৰায়, তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না
তিনি মাহৰো অধিক কাল বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে পুনৰ মুকলিৰ বিষয়টো চিন্তাচর্চা কৰিছে ৰাজ্য চৰকাৰে৷ ক’ভিডৰ সংক্রমণ সম্পূর্ণ নিয়ন্ত্রণলৈ আহিলে ৰাজ্যত পুনৰ আন্তঃজিলা যাতায়াত মুকলি হোৱাৰ সম্ভাৱনা আছে৷ বুধবাৰে গোলাঘাট ভ্রমণৰ সময়ত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত এই ইংগিত প্রদান কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই প্রসংগত সোধা