Category: Top News

বিধানসভাত গৃহীত হ’ল আছাম টেনান্সী এক্টঃ কি এই নতুন আইন ?

বিধানসভাত গৃহীত হ’ল আছাম টেনান্সী এক্টঃ কি এই নতুন আইন ?

নগৰাঞ্চলত বিগত দীর্ঘসময়ৰ পৰা ঘৰ ভাৰাক লৈ মালিকপক্ষ আৰু ভাৰাতীয়াৰ মাজত চলি থকা সংঘাত তথা বিবাদৰ অন্ত পেলোৱাৰ লক্ষ্যৰে শুকুৰবাৰে বিধানসভাত গৃহীত হ’ল দ্য আছাম টেনেন্সী বিল–২০২১৷ নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে শুকুৰবাৰে বিধানসভাত উত্থাপন কৰা এই বিধেয়কখন সর্বসন্মতিক্রমে গৃহীত হয়৷ উল্লেখ্য যে ভাৰা ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ স্বার্থ সুৰক্ষাৰ

গুৱাহাটীত ৰেভপাৰ্টী:ড্ৰাগছৰ পাৰ্টী পাতি আৰক্ষীৰ জালত অভিজাত পৰিয়ালৰ যুৱক-যুৱতী

গুৱাহাটীত ৰেভপাৰ্টী:ড্ৰাগছৰ পাৰ্টী পাতি আৰক্ষীৰ জালত অভিজাত পৰিয়ালৰ যুৱক-যুৱতী

মগুৱাহাটীত ড্ৰাগছৰ পাৰ্টী পাতি জালত পৰিল অভিজাত পৰিয়ালৰ যুৱক-যুৱতী৷গুৱাহাটীৰ খাৰঘুলিত  নিশা লতাশিল আৰক্ষীয়ে অভিযান চলাই ১৮গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা,ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ,ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়াক৷ গ্ৰেপ্তাৰ কৰা

Universities must produce employable students: Assam CM

Universities must produce employable students: Assam CM

Assam Chief Minister Himanta Biswa Sarma on Friday said that universities must ensure that they produce employable students. He also said education, especially cultural studies, must encompass knowledge cutting across geographical and time barriers. “Employability of students who pass out of a university is very crucial. I have met students

মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত ঘোৰ টোপনিত বিধায়ক অখিল গগৈ

মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত ঘোৰ টোপনিত বিধায়ক অখিল গগৈ

 আজি মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত কেমেৰাত বন্দি হ’ল টোপনিত লালকাল অৱস্থাত বিধায়ক অখিল গগৈ। চলিত বিধানসভাত প্ৰতিটো বিষয়তে সদায়ে সক্ৰিয় হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি ঘোৰ টোপনিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা সন্দৰ্ভত সদনত ভাষণ প্ৰদান কৰিছিল। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ভাষণ