চট্টিছগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ত জিলিকি উঠিল অসমীয়াৰ প্ৰাণৰ বিহুটি ৷ ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অসমৰ বিহু নৃত্যই দৰ্শকৰ মন মোহগ্ৰস্ত
Category: Top News
শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত ৰাইজৰ দলৰ মুখপাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰা সন্দৰ্ভত কিছু অশ্লীল মন্তব্য কৰা দেখা গৈছিল ৷ এই সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে ডিমৌ
অহা ৩০ অক্টোবৰত ৰাজ্যৰ গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ উপ–নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে ভোটগ্রহণৰ দিনটো উক্ত পাঁচ সমষ্টিত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে৷
গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত তিনি গৰাকী লোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা
ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীর্ণ নোহোৱা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে আগন্তুক ২০২২ বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দর্ভত জাৰি কৰা এক