Kaziranga National Park (KNP) has become the first National Park in the country to have been equipped with satellite phones. 10 satellite phones were handed over to the forest personnel by Chief Secretary, Jisnu Barua and they have been activated. The decision to arm the forest personnel of the park
Category: Top News
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে সংবাদ মাধ্যমত আগত কৈছিল যে, লাভলীনা বৰগোহাঁইৰ লগত মন্ত্ৰীৰ ফটো থকা বেনাৰবোৰ চৰকাৰে আঁতৰাই পেলাব লাগে, নহ’লে কংগ্ৰেছ দলে সেই বেনাৰসমূহ নিজা উদ্যোগত আঁতৰাই পেলাব । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰীয়ে চাৰি দিনৰ পূৰ্বেই এই বিষয়ত স্পষ্ট
সাত মাহ পূৰ্বেই সংঘটিত হোৱা এক নাৰকীয় কাণ্ড ৷ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ এজন চাৰি সন্তানৰ পিতৃৰ কামনাৰ বলি হৈছিল এগৰাকী 14 বছৰীয়া নাবালিকা ৷ সেই সময়ত উক্ত ঘটনাক গাপ দিয়া হৈছিল যদিও বৰ্তমান সময়ত পোহৰলৈ আহিছে সমষ্ট ঘটনা ৷
‘‘বিজেপি চৰকাৰে অসমৰ ৰাইজক কেৱল মাত্ৰ প্ৰতাৰণা-প্ৰৱঞ্চনা কৰি আহিছে । তাৰ শেহতীয়া উদাহৰণ হিচাপে অসমৰ ছয়জনগোষ্ঠীক কৰা প্ৰতাৰণা ।’’ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা
সমাগত স্বাধীনত দিৱসৰ প্ৰাক্ ক্ষণত মঙলবাৰে আবেলি এক শক্তিশালী IED বিস্ফোৰণত কঁপি উঠিল মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰ ৷ খাচী পাহাৰৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, চহৰখনৰ লাইতুমখৰা অঞ্চলৰ এক পাৰ্কিং স্থলীৰ সমীপত থকা এখন চাহৰ দোকানৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হয় ৷ বিস্ফোৰণটোত আহত হৈছে দুজনকৈ সাধাৰণ লোক ৷