Category: Top News

ঘৰলৈ যাব পাৰিব অখিল গগৈ, NIA আদালৰ অনুমতি

ঘৰলৈ যাব পাৰিব অখিল গগৈ, NIA আদালৰ অনুমতি

দুদিনৰ বাবে যোৰহাটৰ গৃহত গৈ মাতৃ আৰু পুত্ৰক সাক্ষাত কৰাৰ অনুমতি বিধায়ক অখিল গগৈক ৷ শুকুৰবাৰে এই অনুমতি প্ৰদান কৰিছে NIA আদালতে ৷ অখিল গগৈয়ে এতিয়া নিজৰ সুবিধা মতে মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ  দুদিনৰ বাবে যাব পাৰিব যোৰহাটৰ ঘৰলৈ। উল্লেখ্য যে, শেহতীয়াকৈ অখিল গগৈয়ে মাতৃ আৰু নিজৰ পুত্ৰক লগ

মুকালমুৱাত চলা অভিযানত জব্দ হিৰোইন; মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

মুকালমুৱাত চলা অভিযানত জব্দ হিৰোইন; মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

নলবাৰী জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত মুকালমুৱা আৰক্ষীয়ে কালি সন্ধিয়া মুকালমুৱাত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ মুকালমুৱাৰ কুৰিহাত মুকালমুৱা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিন আলী ওৰফে

কুমাৰীকাটাৰ চেচাপানীত ড্ৰাগছসহ চাৰি অপৰাধী আৰক্ষীৰ জালত

কুমাৰীকাটাৰ চেচাপানীত ড্ৰাগছসহ চাৰি অপৰাধী আৰক্ষীৰ জালত

কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সহ চাৰি অপৰাধী আৰক্ষীৰ জালত আৰক্ষীয়ে চাৰি যুৱকৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ,হেৰোইন,ড্ৰাগছ ভৰ্তি কোন্টেইনাৰ, মোবাইল ফোন পাঁচটা এখন চাৰি চকীয়া বিলাসী বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে থুলুংগা বসুমতাৰী,মানাস প্ৰতীম চৈতেন্দ্ৰ,ম:আলিউদ্দিন ৰহমান আৰু সঞ্জয় বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ

শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা: উপায়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা: উপায়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰে প্ৰকাশ পাব ৰাজ্যৰ ক’ৰ’না প্ৰতিৰোধৰ নতুন নিৰ্দেশনা। তাৰ পূৰ্বে আজি প্ৰত্যেক জিলা উপায়ুক্তৰ সৈতে ভিডিঅ’ কন্‌ফাৰেন্সত দীঘলীয়া বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নতুন এছঅ’পি সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব উপায়ুক্ত সকলৰ পৰা। এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। গোলাঘাট,