Category: Top News

বিক্ৰী বন্ধ হ’ল শিখৰ,ৰজনীগন্ধা,গুটখা আৰু পাণমচলা

বিক্ৰী বন্ধ হ’ল শিখৰ,ৰজনীগন্ধা,গুটখা আৰু পাণমচলা

১৪৪ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা, কামৰূপ জিলাত নিষিদ্ধ জৰ্দা,পাণমচলা,গুটখা শিখৰ , জিলা উপায়ুক্ত কৈলাস কাৰ্তিকে নিষিদ্ধ কৰিছে পাণমচলা,গুটখা আদি বিক্ৰী মজুতকৰণ, কামৰূপ জিলাত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ

আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী

আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী

গুলীবিদ্ধ পাঠা। মৰিগাঁৱৰ ভোৰাগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ৬৫ বছৰীয়া অপৰাধী চৈয়দ আলি ওৰফে পাঠা পুৱতি নিশা গুলীবিদ্ধ । মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাঁৱৰ বালিডোঙাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে

মেট্ৰিকৰ ফলাফলঃ ৪০ শতাংশ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ, ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ

মেট্ৰিকৰ ফলাফলঃ ৪০ শতাংশ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ, ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি সংবাদমেল সম্বোধন কৰা অনুসৰি ফলাফলৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৪০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম