Category: Top News

বদ্রীপ্রসাদৰ অবৈধ প্রেমিকা কনিষ্টবল সৰস্বতী হাছনুক গ্রেপ্তাৰ

বদ্রীপ্রসাদৰ অবৈধ প্রেমিকা কনিষ্টবল সৰস্বতী হাছনুক গ্রেপ্তাৰ

অসম আৰক্ষীৰ ভিতৰচ’ৰাক জোকাৰি যোৱা চোৰাং সোণ সৰবৰাহ কাণ্ডই এইবাৰ নতুন মোৰ লৈছে৷ এই কু–কার্যৰে জড়িত থকাৰ অভিযোগত ধৃত জি আৰ পিৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰোৱাটীৰ ঘনিষ্ঠ সহযোগী তথা অবৈধ প্রেমিকা

তামুলপুৰ: ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ

তামুলপুৰ: ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ

তামুলপুৰত জঘন্য ঘটনা। ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ। আৰক্ষীৰ জালত লম্পট ব্ৰজেন কলিতা। কনমানিটোক যোৱা ২৫ জুনতেই ধৰ্ষণ কৰিছিল পশ্চিম ঝাৰগাঁও নিবাসী ব্ৰজেন কলিতা নামৰ লোকজনে।

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা

অসম আৰক্ষীত আন এক নতুন সংযোজন :একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি

অসম আৰক্ষীত আন এক নতুন সংযোজন :একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি

অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷ এই কিটৰ জড়িয়তে